- দুমাহৰ বাবে ‘বেগমজান’ৰ সম্প্ৰচাৰত নিষেধাজ্ঞা ।
- ‘বেগমজান’ শীৰ্ষক ধাৰাবাহিক খনে হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চ, সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ দৰং জিলা সমিতি, ইউনাইটেড অৱ আছাম আৰু গুণজিৎ অধিকাৰীৰ ।
- তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভিত্তিত গঠন কৰা জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটীৰ পৰামৰ্শতে মহানগৰ আৰক্ষী আয়ুক্তালয়ে আজি এই নিৰ্দেশনা জাৰি কৰে ।
- ধাৰাবাহিক খনৰ সম্প্ৰচাৰ সম্পূৰ্ণকৈ কিয় বন্ধ কৰা নহ’ব সেই সম্পৰ্কতো এমাহৰ ভিতৰত কাৰণ দৰ্শাবলৈ ৰেঙনী টিভিৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিয়ে মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্তই ।
ADVERTISEMENT