Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

সচেতন হওক-সাৱধান হওক

publisher by publisher
March 1, 2025
in News, Tech
Reading Time: 2 mins read
0
Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

এক লাখ ফ’ল’ৱাৰ আৰু ১০,০০০ ছাবস্ক্রাইবাৰৰ কোনে সর্বাধিক আয় দিয়ে?

Facebook :

ফে’চবুকৰ জনপ্ৰিয়তা অদম্য হৈয়ে আছে। সময়ৰ লগে লগে ছ’চিয়েল মিডিয়া আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে৷ ৰেষ্টুৰেণ্টত খোৱাৰ পৰা আৰম্ভ কৰি মহাকুম্ভত গা ধুবলৈ, বন্ধু-বান্ধৱীৰ লগত আড্ডা দিয়াৰ পৰা আৰম্ভ কৰি অফিচৰ পিক্‌নিক্‌লৈকে বিভিন্ন মুহূর্ত ফে’চবুকত পোষ্ট কৰা হয়।

ADVERTISEMENT

ব্যৱহাৰকাৰীসকলেও ৱালত বিভিন্ন কথা লিখে। কিন্তু জানেনে, সকলো সময়তে ফে’চবুকত কিবা এটা পোষ্ট কৰি থাকোতে এনেকুৱা কিবা এটা পোষ্ট কৰিব পাৰে যিয়ে আপোনাক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে !

আচলতে বহুতে নিজৰ চিন্তা, পোষ্ট, মন্তব্য বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। বহুতে সেইবোৰ কোনো চিন্তা নকৰাকৈ প’ষ্ট কৰে আৰু তাতেই বিপদ হয়। সামাজিক মাধ্যমত কি ধৰণৰ পোষ্টে আপোনাক বিপদত পেলাব পাৰে জানি লওক।

আপত্তিজনক বা উত্তেজক পোষ্ট

যদিহে জাতীয় বা সাম্প্ৰদায়িক আৱেগক আঘাত কৰা পোষ্ট দিয়া হয়, তেন্তে তথ্য প্রযুক্তি আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত ব্যৱহাৰকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰি। এই ধৰণৰ পোষ্টক চাইবাৰ অপৰাধ বুলি গণ্য কৰা হয়। গতিকে এনেবোৰ কথা শ্বেয়াৰ কৰাৰ সময়তে নহয়, যিকোনো ধৰণৰ মন্তব্য কৰাৰ সময়তো সাৱধান হ’ব লাগিব ।

গোপনীয়তা উলংঘা

কাৰোবাৰ ফটো বা ভিডিঅ’ ফে’চবুকত তেওঁৰ অনুমতি অবিহনে পোষ্ট কৰাটো বিপজ্জনক হ’ব পাৰে। তথ্য প্রযুক্তি আইনৰ ৬৬ই আৰু ৬৭এ ধাৰাত এয়া অপৰাধ। যদি অভিযোগ প্রমাণিত হয় তেন্তে জেল আৰু জৰিমনা দুয়োটা হ’ব পাৰে। গতিকে কাৰোবাৰ ফটো বা ভিডিঅ’ তেওঁলোকৰ অনুমতি অবিহনে শ্বেয়াৰ নকৰিব। তদুপৰি কাৰোবাৰ ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, ঠিকনা বা বেংকৰ তথ্য শ্বেয়াৰ কৰাটোও সমানেই ভুল। এই ধৰণৰ কামৰ পৰা সাৱধান হওক।

ভুৱা প্ৰফাইল

আন কাৰোবাৰ নাম, ফটো বা তথ্য ব্যৱহাৰ কৰি ফে’চবুকত ভুৱা একাউণ্ট শ্বেয়াৰ কৰিলে বিপদৰ আমন্ত্ৰণহে হ’ব। তথ্য প্রযুক্তি আইনৰ ৬৬চি আৰু ৬৬ডি ধাৰাত দোষী সাব্যস্ত হ’লে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। এক বৃহৎ জৰিমনাও দিব লাগিব ।

ভুৱা বাতৰি শ্বেয়াৰ

কেতিয়াবা ফে’চবুকত ভুৱা বাতৰি ভাইৰেল হৈ পৰে। আৰু বহুতে সেইবোৰ ভেৰিফাই নকৰাকৈ শ্বেয়াৰ কৰে। মনত ৰাখিব, যদি আপুনি ভুৱা তথ্য, বিকৃত ছবি বা উৰাবাতৰি শ্বেয়াৰ কৰে তেন্তে আইটি আইন, তথ্য প্রযুক্তি আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব পাৰে। গতিকে যিকোনো বাতৰি শ্বেয়াৰ কৰাৰ আগতে তাৰ সত্যতা পৰীক্ষা কৰক। কেৱল নিৰ্ভৰযোগ্য সংবাদ মাধ্যমক বিশ্বাস কৰক।

মুঠতে ফে’চবুকৰ দৰে সামাজিক মাধ্যম ব্যৱহাৰত সচেতন হওক, সতর্ক হওক। অলপতে অসমৰে এজন ব্যক্তিক সামাজিক মাধ্যমত এক ইম’জি শ্বেয়াৰ কৰাৰ কাৰণত আৰক্ষীয়ে আইনী পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে সামাজিক মাধ্যমত সাৱধান হৈ সক্ৰিয় হওক। অন্যথা আপুনি সন্মুখীন হ’ব পাৰে আইনী সমস্যাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FacebookFacing Legal ActionFake ProfilesOffensive Of Provocation PostShare Fake NewsViolation Privacy
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d