Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

publisher by publisher
May 18, 2025
in Tech
Reading Time: 1 min read
0
গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Google:গুগলৰ সকীয়নি: এক বিলিয়ন এনড্রতে ব্যৱহাৰকাৰীৰ ফোন হ’ব পাৰে হেক্

৭৭৭: গুগলত ট্রেণ্ডিঙৰ জোৱাৰ : ফৰাচী বিমান সংস্থাৰ অভূতপূৰ্ব প্ৰচাৰ কৌশল!

গুগলৰ বিপদঘণ্টা : ৫৫ শতাংশ লোকৰ এতিয়া প্রথম পছন্দটি এআই চেটবট

Google Chrome: উইণ্ডজ, লীনাক্স, বা মেক’ত গুগল ক্ৰম ব্যৱহাৰ কৰেনে? তেতিয়া হ’লে সাৱধান হওক। ব্ৰাউজাৰ হিচাপে আজিও সমগ্ৰ বিশ্বতে শীৰ্ষস্থনত আছে গুগল । কিন্তু সেই ব্ৰাউজাৰ সম্পৰ্কে এনে জৰুৰী নিৰ্দেশিকা জাৰি কৰিলে কেন্দ্ৰীয় সংস্থাই।

ADVERTISEMENT

ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলৰ কেন্দ্ৰীয় সংস্থা CERT-In-এ ডেস্কটপত গুগল ক্ৰ’ম ব্যৱহাৰকাৰীসকলক সকীয়াই দিছে যে এই ব্ৰাউজাৰত একাধিক দুৰ্বলতা পোৱা গৈছে। যাৰ সহায়ত হেকাৰে ইচ্ছামতে ক’ড চলাব পাৰে!

কি সমস্যা হ’ব পাৰে?

CERT-In জনাইছে, ‘ৰিমোট’ আক্ৰমণকাৰীয়ে এই দুৰ্বলতাক শোষণ কৰি ‘চিস্টেম’টো গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত হেকাৰৰ ওচৰলৈ স্পৰ্শকাতৰ তথ্য ফাদিল হ’ব পাৰে। আপোনাৰ ডিভাইচত স্পাইৱেৰ ইনষ্টল কৰা হ’ব পাৰে। ইয়াৰ ভিতৰত এটা ‘বিপদ’ আছে যিটো আটাইতকৈ চিন্তনীয়।

কাৰণ বাস্তৱ জগতত আক্ৰমণ সংঘটিত কৰিবলৈও ইয়াৰ ব্যৱহাৰ কৰা হয়। সেয়ে জৰুৰীকালীন অৱস্থাত সকলোকে সকীয়াই দিয়া হৈছে।

কৰণীয় কি?

কেন্দ্ৰীয় সংস্থাটোৱে অৱশ্যে এই বিষয়ত ভাল খবৰ প্ৰকাশ কৰিছে। তেওঁলোকে গুগল ক্ৰ’মৰ শেহতীয়া সংস্কৰণত এই কথা সমাধান কৰিছে। গতিকে প্ৰতিজন ব্যৱহাৰকাৰীয়ে নিজৰ গুগল ক্ৰ’ম আপডেট কৰাটো বাধ্যতামূলক।আৰু সেইবাবেই আপুনি আপোনাৰ ডেস্কটপত গুগল ক্ৰ’ম ব্ৰাউজাৰ আপডেট কৰিব লাগিব।

প্ৰথমে গুগল ক্ৰ’ম খুলি মেনুলৈ যাওক। তাৰ পাছত ‘Help’ ত ক্লিক কৰি ‘About Google Chrome’ লৈ যাওক। তেনে ক্ষেত্ৰত, আপোনাৰ ব্ৰাউজাৰে স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰিব যে এটা আপডেইটৰ প্ৰয়োজন আছে নে নাই। যদি এটা আপডেট উপলব্ধ হয়, তেতিয়া স্বয়ংক্ৰিয়ভাৱে ইনষ্টল কৰিব!

বৰ্তমানৰ পৰিস্থিতিত ডেস্কটপত গুগল ক্ৰ’ম ব্যৱহাৰ কৰা সংস্থাসমূহৰ ব্যৱহাৰকাৰীৰ চাইবাৰ সুৰক্ষা বৰ্তমান বিপদত পৰিছে। হেকাৰ ইয়াৰ কবলত পৰিলে স্পৰ্শকাতৰ তথ্য চুৰি হ’ব পাৰে। সমগ্ৰ চিষ্টেম বেদখল হ’ব পাৰে। গতিকে সাৱধান হোৱাই ভাল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GOOGLETech News
publisher

publisher

Related Posts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প
Flood

August 29, 2026
বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী
Tech

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

February 2, 2026
আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?
Tech

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

January 15, 2026
বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন
Tech

বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

January 11, 2026
২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ
Tech

২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

January 5, 2026
AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়
Tech

AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

December 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d