ক’ভিড-১৯ ত আক্ৰান্ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Tarun Gogoi

◆ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ ।
◆ টুইটাৰযোগে তেওঁ এই কথা সদৰী কৰিছে ।
◆যোৱা কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক অতি শীঘ্ৰে ক’ভিডৰ পৰীক্ষা কৰিবলৈ আহ্বান গগৈৰ।

◆ বৰ্তমানে গগৈৰ স্বাস্থ্য সুস্থিৰ ।
◆ চৰকাৰী বাসভৱনতে আছুতীয়াকৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী জন ।

Exit mobile version