প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ তদাৰকৰ বাবে GMCHত এখন কমিটী গঠন

FB IMG 1598461702731

GMCHত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ক’ভিড পজিটিভ চিনাক্ত কৰাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় গগৈক। ইপিনে টুইটাৰযোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনাই যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ বাবে GMCHত এখন কমিটী গঠন কৰি দিয়া হৈছে।

Exit mobile version