ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ ।

images

♦ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ ।

♦অসম বিধান সভাৰ সমাগত নিৰ্বাচনৰ ৰণকৌশল যুগুত কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন।

♦ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অংগ লৈছে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সাংগঠনিক সম্পাদক ভি এল সন্তোষ, নিৰ্বাচনী সমিতিৰ সদস্য ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ ৰাজদ্বীপ ৰয়কে ধৰি কেবাজনো শীৰ্ষ নেতা ।

♦সমষ্টিয়ে সমষ্টিয়ে ভোটাৰ তালিকাৰ ভিত্তিত ইতিপূৰ্বে নিযুক্তি প্ৰদান কৰা দলীয় পংষ্ঠাপ্ৰমুখসকলে পহিলা ছেপ্তেম্বৰৰ পৰা প্ৰচাৰাভিযান আৰম্ভ কৰাৰ প্ৰাকক্ষণত আজি ইয়াত অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Exit mobile version