JEE আৰু NEET পৰীক্ষা বাতিলৰ দাবীত কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ

WhatsApp Image 2020 08 28 at 4.42.28 PM

JEE আৰু NEET পৰীক্ষা বাতিলৰ দাবীত শুক্ৰবাৰে ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । মহানগৰীৰ গুৱাহাটী ক্লাবতো প্ৰদেশ কংগ্ৰেছে এই কাৰ্যসূচী ৰূপায়ন কৰে ।

ADVERTISEMENT

কৰ’না মহামাৰী সময়ত কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ লগত খেলা নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

Exit mobile version