কৰ’না ভাইৰাছত আক্ৰান্ত হৈ সাহসী উপ পৰিদৰ্শক যুগল পায়েঙে আজি ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত পায়েঙৰ বয়স আছিল ৬০ বছৰ। আনহাতে তেওঁ চিলাপথাৰ ফায়াৰ ষ্টেচনৰ ষ্টেচন অফিচাৰ আছিল আৰু বহুটো উদ্ধাৰ, জুই নিৰ্বাপন নিয়ন্ত্রণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
কৰ’নাত আক্ৰান্ত হৈ উপ পৰিদৰ্শক যুগল পায়েঙৰ মৃত্যু
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: Corona Viruscovid19
Related Content
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026