- নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ।
- গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনা।
- তীব্ৰবেগত আহি ৰেলিঙত খুন্দা মাৰি এখন বাহন তলত বাগৰি পৰে বাহনখন।
- দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনৰ নম্বৰ এএছ ০১ বি এম ৩০৩২।
- সুৰাপান কৰি নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নলাত পৰে চাৰিচকীয়া বাহনখন ।
- গুৰুতৰ ভাৱে আহত হয় দুজন ব্যক্তি ।
নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026