- প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ৷
- ৮৪ বছৰ বয়সত মৃত্যু হ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷
- দীৰ্ঘদিনৰ ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী ৷
- চিকিৎসাৰ কাৰণে বিগত এমাহ ধৰি আৰ্মী হাস্পতালত চিকিৎসাধীন হৈ থাকোঁতেই আক্ৰান্ত হয় কৰ’নাত ৷
- ইয়াৰ পিছতেই স্বাস্থ্যৰ অৱনতি ঘটে প্ৰণৱ মুখাৰ্জীৰ ৷
- দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰণৱ মুখাৰ্জীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোকপ্ৰকাশ কৰিছে।