■সোমবাৰে ভাৰতীয় বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএ জনোৱা তথ্য অনুসৰি আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ চলাচল ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব।
■উল্লেখ্য যে, দেশত কৰ’না ভাইৰাছৰ আতংকৰ বাবে ২৩ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান সেৱা বন্ধ হৈ আছিল।
■ ইয়াৰ পৰিপ্ৰেক্ষিততে বন্দে ভাৰত মিশ্যনৰ অধীনত মে’ৰ পৰা জুলাইলৈকে অন্য দেশৰ লগত বিশেষ আন্তৰ্জাতিক বিমান চলাচলৰ ব্যৱস্থা কৰা হৈছিল।
৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব আন্তৰ্জাতিক যাত্ৰীবাহী বিমান পৰিবহণ ব্যৱস্থা
-
By publisher

- Categories: COVID-19, India, News
- Tags: DGCAInternational FlightVande Bharat Mission
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026