৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব আন্তৰ্জাতিক যাত্ৰীবাহী বিমান পৰিবহণ ব্যৱস্থা

air india reu

■সোমবাৰে ভাৰতীয় বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএ জনোৱা তথ্য অনুসৰি আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ চলাচল ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব।
■উল্লেখ্য যে, দেশত কৰ’না ভাইৰাছৰ আতংকৰ বাবে ২৩ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান সেৱা বন্ধ হৈ আছিল।
■ ইয়াৰ পৰিপ্ৰেক্ষিততে বন্দে ভাৰত মিশ্যনৰ অধীনত মে’ৰ পৰা জুলাইলৈকে অন্য দেশৰ লগত বিশেষ আন্তৰ্জাতিক বিমান চলাচলৰ ব্যৱস্থা কৰা হৈছিল।

Exit mobile version