- ৰাজ্যৰ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা ৷
- অবিবাহিত, দিব্যাংগ, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু বিধবা পেন্সন পোৱা মহিলাসকলে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ পাব ।
- অৰুণোদয় আঁচনিৰ অধীনত তেওঁলোকে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ ।
- অৱশ্যে সময় সাপেক্ষে এই ধনৰ পৰিমাণ বৃদ্ধি পাব ।
- আনহাতে ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব অৰুণোদয় আঁঁচনি।
অৰুণোদয় আঁচনিৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাৰ বিশেষ ঘোষণা
-
By publisher

- Categories: Assam, News
- Tags: AssamAssam Legislative AssemblyHimanta Biswa SarmaOrunodoi Scheme
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026