- ৰাজ্যৰ যুৱক যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ।
- মংগলদৈত গঠন হ’ব স্কিল ইউনিভাৰ্চিটি ৷
- এই সন্দৰ্ভত বিধানসভাই জনায় অনুমোদন ৷
- ইয়াৰ লগে লগে অনতিপলমে স্কিল ইউনিভাৰ্চিটিৰ নিৰ্মাণ পথ প্ৰশস্ত হ’ল ৷
- উল্লেখযোগ্য যে অসমত বিভিন্ন লোকৰ দক্ষ অভাৱ নাই ৷ গতিকে আজি বিধানসভাৰ অনুমোদনে অনাগত সমযত ৰাজ্যবাসীৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব ।
মংগলদৈত স্থাপন হ’ব স্কিল ইউনিভাৰ্চিটি
-
By publisher

- Categories: Assam, News
- Tags: AssamMangaldoiSkill University
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026