Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

    Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

    Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

    Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

    Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

    Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কি ক’লে? কিয় জুবিন সদায় বিতৰ্কৰ মাজত

publisher by publisher
September 3, 2020
in Assam
Reading Time: 1 min read
0
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কি ক’লে? কিয় জুবিন সদায় বিতৰ্কৰ মাজত
4
SHARES
36
VIEWS
ShareShareShareShare

🖋️সৌৰভ গাৰ্গ

ADVERTISEMENT

♦ প্ৰশ্নঃ এই সময়, অতি কঠিন সময়। কৰ’না মহামাৰীৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ মানৱ জাতি এক জটিল সন্ধিক্ষণত। এই সময়খিনিক লৈ কি ক’ব?

RelatedPosts

Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

Lakhipur : কাছুমাৰাৰ মৰিচাকান্দিত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট , নিহত দুজন আহত ন

Tinsukia :  তিনিচুকীয়া জিলাত প্ৰচণ্ড ধুমুহা- শিল বৰষুণ গছ বাগৰি যোগাযোগ ব্যাহত

জুবিনঃ এইখিনি আমাৰ সকলোৰে বাবে ধৈৰ্য ধৰাৰ সময় । আমি খুব সাৱধানে আগবাঢ়িব লাগিব। কৰ’নাই আমাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। চিনেমা উদ্যোগৰ পৰা আৰম্ভ কৰি সকলোবোৰ বিধ্বস্ত হৈ পৰিছে । কেৱল সাংস্কৃতিক ক্ষেত্ৰখনেই নহয় এই সময়ছোৱাৰ প্ৰভাৱ সকলো ক্ষেত্ৰৰ লোকৰ ওপৰতে পৰিছে। মই নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম যে যাতে কোনো কাৰণত পিছপৰি নাহে। আমি নিজেই এখন সুন্দৰ অসম গঢ়িব লাগিব । যাৰবাবে মই অসমৰ নতুন প্ৰজন্মক পথাৰলৈ আহিবলৈ আহ্বান জনাইছো। সকলো পথাৰলৈ আহক । বজাৰো আমাৰ হ’ব, পথাৰো আমাৰ হ’ব। মই তেনে এক কৃষি বিপ্লৱৰ বাবে আগৱাঢ়িছো । মোৰ অনুৰাগী তথা জুবিন ফেন ক্লাৱৰ সদস্যসকলক লৈ এই বিপ্লৱ আৰম্ভ কৰিছো । মোৰ বিশ্বাস বজাৰ আৰু পথাৰ অসমীয়াৰ দখললৈ অনাত আমি সফল হ’ম । নলবাৰী আৰু বৰপেটা জিলাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম। পৰ্যায়ক্ৰমে মই অসমৰ প্ৰত্যেকখন জিলালৈ যাম । কৃষিৰ প্ৰতি আগ্ৰহী সকলক লগত লৈ কাম কৰাৰ ইচ্ছা আছে।

♦ প্ৰশ্নঃ ‘কা’ আন্দোলনত আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছিল। আন্দোলনৰ পটভূমিতে আপুনি পলিটিক্স নকৰিবা বন্ধু গানটোৰো সৃষ্টি কৰিছিল । এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত পৰি ‘কা’ আন্দোলন স্তব্ধ হ’ল । এই সময়ছোৱাত একাংশৰ অভিযোগ আপোনাৰ ‘কা’ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতি নাই। আপুনি কি ক’ব?

জুবিনঃ নহয়, মই এতিয়াও নাগৰিকত্ব সংশোধনী আইনখনৰ সমৰ্থন নকৰো । কিন্তু মই এটা কথাত বিশ্বাস কৰো যে আমি এটা অৰ্থনৈতিক আন্দোলনো গঢ়ি তুলিব লাগিব। কেৱল ৰাজপথৰ আন্দোলনত থাকিলে নহ’ব। যাৰবাবে মই অসমৰ নৱপ্ৰজন্মক লৈ কৃষি যোগেদি এক অৰ্থনৈতিক আন্দোলনৰ আশা কৰিছো। মই নাগৰিকত্ব সংশোধনী আইনক লৈ কেতিয়াও মোৰ স্থিতি সলনি নকৰো। মই পূৰ্বৰ স্থিতিতে অটল আছো। অসমৰ ৰাইজৰ লগত আছো।

♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যত আপোনাক লৈ এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আপোনাক ৰাজ্যৰ চৰকাৰৰ কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে? এই সন্দৰ্ভত আপোনাৰ ক’ব লগা?

জুবিনঃ হয়, মোক কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে । কৃষিমন্ত্ৰী অতুল বৰাই মোক এই প্ৰস্তাৱ দিছে । ৰাজ্যৰ কৃষি খণ্ডৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছে । ৰাইজৰ হৈ কাম কৰিবলৈ পালে ভাল পাম। অযথা বিতৰ্ক কামনা নকৰো।

♦ প্ৰশ্নঃ সমাগত ২০২১ বিধানসভা নিৰ্বাচন । আপুনি কেনেকুৱা এখন চৰকাৰ বিচাৰে?

জুবিনঃ চৰকাৰ ৰাইজে পাতে । মই ব্যক্তিগতভাৱে এটা কথাই কম সকলোৱে বিবেক ভোট দিয়ক। দল যিয়েই নহওক আমাৰ দেশ–ৰাজ্যৰ উন্নয়ন হ’ব লাগে।

♦ প্ৰশ্নঃ বিগত সময়ছোৱাত অসমৰ শিল্পী সমাজৰ বহু শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছে । জুবিন গাৰ্গেও কেতিয়াবা কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি?

জুবিনঃ নাই, মই গানৰ মানুহ । মই কেতিয়াও সক্ৰিয় ৰাজনীতিত যোগদান নকৰো । ৰাজনীতিত যোগদান কৰাৰ মোৰ কোনো ধৰণৰ পৰিকল্পনা নাই।

♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যৰ চলচ্চিত্ৰ জগতখনলৈ কিছু আশাৰ ৰেঙণি ঘূৰি আহিছিল, আপোনাৰ কাঞ্চনজংঘাৰ লগতে কেইবাখনো ছবি ব্যৱসায়ীক ভাৱে সফল হৈছিল । কৰ’নাৰ বাবে  আকৌ স্তব্ধ হৈ পৰিল । নতুন কিবা ছবিৰ পৰিকল্পনা?

জুবিনঃ নতুন ছবিৰ পৰিকল্পান আছিল। ‘জুলু’ নামৰ ছবি খনৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা আছিল । কিন্তু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ পিছুৱাই দিছো । এই বছৰটোত নতুন ছবিৰ দৃশ্যগ্ৰহণৰ কাম নকৰো । ছবি কৰি যাম। অসমৰ চলচ্চিত্ৰ জগতখনলৈ এক নতুন গতি অনাৰ প্ৰয়োজন আছে । বহুত নতুন ল’ৰা–ছোৱালী ওলাই আহিছে। সেইটো এটা ইতিবাচক দিশ। মোৰ দৃঢ় বিশ্বাস আমি সফল হ’ম । কে’বাখনো ছবি গীতৰ কাম কৰিছো। শেহতীয়াকৈ এন কে প্ৰডাকচন বেনাৰত নিৰ্মাণ হোৱা ‘শ্লেমবুক’ নামৰ ছবিখনৰ সংগীতৰ কাম  কৰিছো। নিপন গোস্বামীয়ে এখন ছবিৰ পৰিকল্পনা কৰিছে সেইখনৰো সংগীতৰ কাম মই কৰিম।

♦ প্ৰশ্নঃ আপুনি শেহতীয়াকৈ কি প্ৰজেষ্টৰ কামত ব্যস্ত?

জুবিনঃ মোৰ নিজস্ব পৰিকল্পনাৰে ‘চিলা’ নামৰ এটা এলবামৰ কাম আৰম্ভ কৰিছো। মোৰ শাৰিৰীক অসুস্থতাৰ বাবে কিছুদিন মুম্বাইত থাকিবলগীয়া হ’ল। প্ৰায়বোৰ কাম তাতে কৰিছো। এলবামটোত সংগীত দায়িত্ব নতুন প্ৰজন্মৰ অনুৰাগ শইকীয়া, নিলোৎপল বৰা তথা কেইগৰাকীমান নতুন ল’ৰাক দিছো। বহুত ভাল ভাল কৰি আছে। এলবামটোৰ গান কেইটা সময় লৈ কৰিছো । এলবামটোত মই ৯০ৰ দশকতে সুৰ কৰা ‘এটি নহয় দুটি নহয়’ শীৰ্ষক এটি গীত আছে । এলবামটোৰ গীতৰ কামবোৰ প্ৰায় সম্পূৰ্ণ হৈছে।

♦  প্ৰশ্নঃ হঠাৎ আপুনি কিছু স্বাস্থ্যজনিত অসুবিধাত ভুগিছিল। এতিয়া আপোনাৰ স্বাস্থ্য কেনেকুৱা?

জুবিনঃ হয়, বিশ্ৰামবিহীনভাৱে কাম কৰাৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছিলো । যাৰ বাবে মই বহুদিন মুম্বাইত থাকিলো । এতিয়া মই সুস্থ । নিজৰ স্বাস্থ্য প্ৰতি যতন লৈ কাম কৰি আছো । অনাগত দিনবোৰতো অসমৰ ৰাইজক নতুন নতুন সৃষ্টি উপহাৰ দিম।

♦ ধন্যবাদ জুবিন দা, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমান সময় দিলে। “দৈনিক অগ্ৰদূত”ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো।

জুবিনঃ ধন্যবাদ ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamZubben Garg
publisher

publisher

Related Posts

Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
Assam

March 29, 2023
Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী
Assam

Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

March 29, 2023
Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত
Assam

Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

March 29, 2023
Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ
Assam

Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

March 29, 2023
Tinsukia :  তিনিচুকীয়া জিলাত প্ৰচণ্ড ধুমুহা- শিল বৰষুণ গছ বাগৰি যোগাযোগ ব্যাহত
Assam

Tinsukia :  তিনিচুকীয়া জিলাত প্ৰচণ্ড ধুমুহা- শিল বৰষুণ গছ বাগৰি যোগাযোগ ব্যাহত

March 28, 2023
Rakesh Paul Released From Jail:বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: