Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কি ক’লে? কিয় জুবিন সদায় বিতৰ্কৰ মাজত

publisher by publisher
September 3, 2020
in Assam
Reading Time: 1 min read
0
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কি ক’লে? কিয় জুবিন সদায় বিতৰ্কৰ মাজত
4
SHARES
37
VIEWS
ShareShareShareShare

🖋️সৌৰভ গাৰ্গ

ADVERTISEMENT

♦ প্ৰশ্নঃ এই সময়, অতি কঠিন সময়। কৰ’না মহামাৰীৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ মানৱ জাতি এক জটিল সন্ধিক্ষণত। এই সময়খিনিক লৈ কি ক’ব?

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

জুবিনঃ এইখিনি আমাৰ সকলোৰে বাবে ধৈৰ্য ধৰাৰ সময় । আমি খুব সাৱধানে আগবাঢ়িব লাগিব। কৰ’নাই আমাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। চিনেমা উদ্যোগৰ পৰা আৰম্ভ কৰি সকলোবোৰ বিধ্বস্ত হৈ পৰিছে । কেৱল সাংস্কৃতিক ক্ষেত্ৰখনেই নহয় এই সময়ছোৱাৰ প্ৰভাৱ সকলো ক্ষেত্ৰৰ লোকৰ ওপৰতে পৰিছে। মই নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম যে যাতে কোনো কাৰণত পিছপৰি নাহে। আমি নিজেই এখন সুন্দৰ অসম গঢ়িব লাগিব । যাৰবাবে মই অসমৰ নতুন প্ৰজন্মক পথাৰলৈ আহিবলৈ আহ্বান জনাইছো। সকলো পথাৰলৈ আহক । বজাৰো আমাৰ হ’ব, পথাৰো আমাৰ হ’ব। মই তেনে এক কৃষি বিপ্লৱৰ বাবে আগৱাঢ়িছো । মোৰ অনুৰাগী তথা জুবিন ফেন ক্লাৱৰ সদস্যসকলক লৈ এই বিপ্লৱ আৰম্ভ কৰিছো । মোৰ বিশ্বাস বজাৰ আৰু পথাৰ অসমীয়াৰ দখললৈ অনাত আমি সফল হ’ম । নলবাৰী আৰু বৰপেটা জিলাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম। পৰ্যায়ক্ৰমে মই অসমৰ প্ৰত্যেকখন জিলালৈ যাম । কৃষিৰ প্ৰতি আগ্ৰহী সকলক লগত লৈ কাম কৰাৰ ইচ্ছা আছে।

♦ প্ৰশ্নঃ ‘কা’ আন্দোলনত আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছিল। আন্দোলনৰ পটভূমিতে আপুনি পলিটিক্স নকৰিবা বন্ধু গানটোৰো সৃষ্টি কৰিছিল । এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত পৰি ‘কা’ আন্দোলন স্তব্ধ হ’ল । এই সময়ছোৱাত একাংশৰ অভিযোগ আপোনাৰ ‘কা’ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতি নাই। আপুনি কি ক’ব?

জুবিনঃ নহয়, মই এতিয়াও নাগৰিকত্ব সংশোধনী আইনখনৰ সমৰ্থন নকৰো । কিন্তু মই এটা কথাত বিশ্বাস কৰো যে আমি এটা অৰ্থনৈতিক আন্দোলনো গঢ়ি তুলিব লাগিব। কেৱল ৰাজপথৰ আন্দোলনত থাকিলে নহ’ব। যাৰবাবে মই অসমৰ নৱপ্ৰজন্মক লৈ কৃষি যোগেদি এক অৰ্থনৈতিক আন্দোলনৰ আশা কৰিছো। মই নাগৰিকত্ব সংশোধনী আইনক লৈ কেতিয়াও মোৰ স্থিতি সলনি নকৰো। মই পূৰ্বৰ স্থিতিতে অটল আছো। অসমৰ ৰাইজৰ লগত আছো।

♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যত আপোনাক লৈ এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আপোনাক ৰাজ্যৰ চৰকাৰৰ কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে? এই সন্দৰ্ভত আপোনাৰ ক’ব লগা?

জুবিনঃ হয়, মোক কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে । কৃষিমন্ত্ৰী অতুল বৰাই মোক এই প্ৰস্তাৱ দিছে । ৰাজ্যৰ কৃষি খণ্ডৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছে । ৰাইজৰ হৈ কাম কৰিবলৈ পালে ভাল পাম। অযথা বিতৰ্ক কামনা নকৰো।

♦ প্ৰশ্নঃ সমাগত ২০২১ বিধানসভা নিৰ্বাচন । আপুনি কেনেকুৱা এখন চৰকাৰ বিচাৰে?

জুবিনঃ চৰকাৰ ৰাইজে পাতে । মই ব্যক্তিগতভাৱে এটা কথাই কম সকলোৱে বিবেক ভোট দিয়ক। দল যিয়েই নহওক আমাৰ দেশ–ৰাজ্যৰ উন্নয়ন হ’ব লাগে।

♦ প্ৰশ্নঃ বিগত সময়ছোৱাত অসমৰ শিল্পী সমাজৰ বহু শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছে । জুবিন গাৰ্গেও কেতিয়াবা কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি?

জুবিনঃ নাই, মই গানৰ মানুহ । মই কেতিয়াও সক্ৰিয় ৰাজনীতিত যোগদান নকৰো । ৰাজনীতিত যোগদান কৰাৰ মোৰ কোনো ধৰণৰ পৰিকল্পনা নাই।

♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যৰ চলচ্চিত্ৰ জগতখনলৈ কিছু আশাৰ ৰেঙণি ঘূৰি আহিছিল, আপোনাৰ কাঞ্চনজংঘাৰ লগতে কেইবাখনো ছবি ব্যৱসায়ীক ভাৱে সফল হৈছিল । কৰ’নাৰ বাবে  আকৌ স্তব্ধ হৈ পৰিল । নতুন কিবা ছবিৰ পৰিকল্পনা?

জুবিনঃ নতুন ছবিৰ পৰিকল্পান আছিল। ‘জুলু’ নামৰ ছবি খনৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা আছিল । কিন্তু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ পিছুৱাই দিছো । এই বছৰটোত নতুন ছবিৰ দৃশ্যগ্ৰহণৰ কাম নকৰো । ছবি কৰি যাম। অসমৰ চলচ্চিত্ৰ জগতখনলৈ এক নতুন গতি অনাৰ প্ৰয়োজন আছে । বহুত নতুন ল’ৰা–ছোৱালী ওলাই আহিছে। সেইটো এটা ইতিবাচক দিশ। মোৰ দৃঢ় বিশ্বাস আমি সফল হ’ম । কে’বাখনো ছবি গীতৰ কাম কৰিছো। শেহতীয়াকৈ এন কে প্ৰডাকচন বেনাৰত নিৰ্মাণ হোৱা ‘শ্লেমবুক’ নামৰ ছবিখনৰ সংগীতৰ কাম  কৰিছো। নিপন গোস্বামীয়ে এখন ছবিৰ পৰিকল্পনা কৰিছে সেইখনৰো সংগীতৰ কাম মই কৰিম।

♦ প্ৰশ্নঃ আপুনি শেহতীয়াকৈ কি প্ৰজেষ্টৰ কামত ব্যস্ত?

জুবিনঃ মোৰ নিজস্ব পৰিকল্পনাৰে ‘চিলা’ নামৰ এটা এলবামৰ কাম আৰম্ভ কৰিছো। মোৰ শাৰিৰীক অসুস্থতাৰ বাবে কিছুদিন মুম্বাইত থাকিবলগীয়া হ’ল। প্ৰায়বোৰ কাম তাতে কৰিছো। এলবামটোত সংগীত দায়িত্ব নতুন প্ৰজন্মৰ অনুৰাগ শইকীয়া, নিলোৎপল বৰা তথা কেইগৰাকীমান নতুন ল’ৰাক দিছো। বহুত ভাল ভাল কৰি আছে। এলবামটোৰ গান কেইটা সময় লৈ কৰিছো । এলবামটোত মই ৯০ৰ দশকতে সুৰ কৰা ‘এটি নহয় দুটি নহয়’ শীৰ্ষক এটি গীত আছে । এলবামটোৰ গীতৰ কামবোৰ প্ৰায় সম্পূৰ্ণ হৈছে।

♦  প্ৰশ্নঃ হঠাৎ আপুনি কিছু স্বাস্থ্যজনিত অসুবিধাত ভুগিছিল। এতিয়া আপোনাৰ স্বাস্থ্য কেনেকুৱা?

জুবিনঃ হয়, বিশ্ৰামবিহীনভাৱে কাম কৰাৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছিলো । যাৰ বাবে মই বহুদিন মুম্বাইত থাকিলো । এতিয়া মই সুস্থ । নিজৰ স্বাস্থ্য প্ৰতি যতন লৈ কাম কৰি আছো । অনাগত দিনবোৰতো অসমৰ ৰাইজক নতুন নতুন সৃষ্টি উপহাৰ দিম।

♦ ধন্যবাদ জুবিন দা, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমান সময় দিলে। “দৈনিক অগ্ৰদূত”ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো।

জুবিনঃ ধন্যবাদ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamZubben Garg
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d