অসমত প্ৰত্যাহাৰ কৰা হ’ল সাপ্তাহিক তলাবন্ধ আৰু নৈশ সান্ধ্য আইন ৷

lockdown representative image

ৰাজ্যত প্ৰত্যাহাৰ কৰা হ’ল শনিবাৰ আৰু দেওবাৰৰ তলাবন্ধ ৷

লগতে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইন ৷

টুইটাৰ যোগে এই কথা জনালে কুমাৰ সঞ্জয় কৃষ্ণই ৷

লগতে সঞ্জয় কৃষ্ণই সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহবান কৰে ৷

Exit mobile version