Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ভাৰত-চীনৰ বিবাদৰ পৰিস্থিতিৰ বাবে উভয় দেশকে সাহাৰ্যৰ প্ৰস্তাৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ

publisher by publisher
September 5, 2020
in Uncategorized
Reading Time: 1 min read
0
হোৱাইট হাউছত কৰ’না, ট্ৰাম্পৰ শীৰ্ষ বিশেষজ্ঞক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ
9
SHARES
94
VIEWS
ShareShareShareShare

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে সন্ধিয়া হোৱাইট হাউছত সাংবাদিকসকলৰ আগত ভাৰত আৰু চীনৰ সম্পৰ্ক বহু দুৰ্বল হৈ পৰাৰ বিষয়ে ব্যক্ত কৰে। লগতে চীন আৰু ভাৰতে বিচাৰিলে উভয়কে এই ক্ষেত্ৰত আমেৰিকাই সাহায্য আগবঢ়াবলৈ প্ৰস্তুত বুলি মন্তব্য আগবঢ়ায় । পূৰ্ব লাডাখৰ কিছু অঞ্চল বিস্তাৰ কৰিবলৈ বেইজিঙে চেষ্টা অব্যাহত ৰখাৰ সময়তে ড়নাল্ড ট্ৰাম্পে কৰা মন্তব্যই চিন্তা আৰু উত্তেজনাৰ বৃদ্ধি কৰিছে।

ADVERTISEMENT

আনহাতে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুক্ৰবাৰে মস্কোৰ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে বৈঠকত মিলিত হয়। বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বিবাদিত অঞ্চলসমূহত আন্তৰ্জাতিক নিয়মৰ প্ৰতি শ্ৰদ্ধা জনাই শান্তি আৰু সুৰক্ষা, মতভেদৰ শান্তিপূৰ্ণ সমাধানৰ দাবী কৰে ।

RelatedPosts

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

EhFxz8hVgAIpA5Q

এই বৈঠকৰ পাছতে চীনৰ তৰফৰ পৰা লাডাখত বৰ্তমান যি পৰিস্থিতি অব্যাহত আছে তাৰ বাবে সম্পূৰ্ণ ৰূপে ভাৰতেই জগৰীয়া বুলি অভিযোগ উত্থাপন কৰি চীনৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি চীন চৰকাৰে নিজৰ স্থিতি ব্যক্ত কৰে।

উল্লেখ্য যে, ৫ দিন পূৰ্বে পাংগং হ্ৰদৰ দক্ষিণ সীমাৰ ভাৰতীয় ভূমি দখলত চীনা সৈন্য বিফল হোৱাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পাছতে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নৰৱনেই লাডাখত উপস্থিত হৈ এল এ চিত সম্প্ৰতি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ বিষয়ে বৰ্ণনা কৰে ।

আনহাতে ড়নাল্ড ট্ৰাম্পৰ চীন আৰু ভাৰতৰ মাজৰ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা এইবাৰেই প্ৰথম নহয়, জুন মাহত ২০ জন ভাৰতীয় সেনাই নিজ দেশৰ কাৰণে বলিদান দিয়াৰ পাছত ট্ৰাম্পে চীন ভাৰতৰ সীমান্তৰ বিবাদক অত্যন্ত কঠিন পৰিস্থিতি হিচাপে অভিহিত কৰিছিল। আনকি চীনে ভাৰত আৰু অন্য প্ৰতিবেশী দেশসমূহৰ লগত কৰ’না ভাইৰাছৰ বাবে সৃষ্টি হোৱা অৰাজকতাৰ সুবিধা লৈ সীমাত বিবাদৰ সৃষ্টি কৰিছে বুলি আমেৰিকাই চীনৰ ওপৰত অভিযোগ উত্থাপিত কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHAINADONALD TRUMPindia
publisher

publisher

Related Posts

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ
Uncategorized

March 12, 2026
Samaguri:নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা

Dr.Farooq Abdullah Attack in Jammu:জম্মু- কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d