মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

WhatsApp Image 2020 09 06 at 8.29.48 PM 1

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত আছে । দেওবাৰে পুনৰ বৰঠাকুৰ মিলত প্ৰাতঃভ্ৰমনলৈ অহা মহিলাৰ ডিঙিৰ পৰা দুজনীয়া দলটোৱে কাঢ়ি নিলে চেইন । চিচি টি ভিত বন্দী স্কুটিত অহা দুই চোৰৰ সকলো দৃশ্যাংশ ।পল্টনবজাৰ থানাত এজেহাৰ দাখিল গৌৰি চক্ৰবতী নামৰ ভূক্তভোগী মহিলাগৰাকীৰ ।

Exit mobile version