Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তামুলপুৰত ইউপিপিএলৰ নাগৰিক সভা

publisher by publisher
September 6, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
তামুলপুৰত ইউপিপিএলৰ নাগৰিক সভা
2
SHARES
22
VIEWS
ShareShareShareShare

বিটিআৰ চুক্তি কেৱল বড়ো সকলৰ উন্নয়নৰ কাৰণে স্বাক্ষৰিত হোৱা নাই ৷ বিটিআৰত বসবাস কৰা বড়ো সকলকে ধৰি বিটিআৰত বসবাস কৰা ৩২ লক্ষ মানুহৰ উন্নয়ন সাধনৰ স্বাৰ্থত বিটিআৰ চূক্তি স্বাক্ষৰিত হৈছে ৷ এই ভাষ্য ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ ৷আজি তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰৰ প্ৰাঙ্গনত তামুলপুৰ ব্লক ইউপিপিএলৰ উদ্যোগত অনুস্থিত এক নাগৰিক সভাত এনেদৰে কয় প্ৰমোদ বড়োই ৷

ADVERTISEMENT

ভাষণ প্ৰসংগত বড়োই পুনৰ কয়, বড়ো জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তেওঁ সূদীৰ্ঘ কাল নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত জড়িত হৈ জাতীয় সংগ্ৰামত নেতৃত্ব দিছিল ৷ এবছু তেওঁৰ কাৰণে এখন বিশাল গ্ৰন্থ ৷ এবছুক নেতৃত্ব দি তেওঁ বহুত কথা শিকিলে ৷ কিন্তু বড়ো জাতিৰ উন্নয়নৰ নামত কিছুমানে সশস্ত্ৰ সংগ্ৰাম কৰি বহু ডেকা বড়ো যুৱকে অকালতে মৃত্যু বৰণ কৰিলে ৷ কিন্তু ৩০ -৪০ বছৰ জোৰা সশস্ত্ৰ সংগ্ৰামে বড়ো জাতিৰ বহু ক্ষতি কৰিলে ৷

RelatedPosts

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

BTC:বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্য মনোনীত ৰাজ্যপালৰ

এবচুৰ লগত সূদীৰ্ঘ কাল জড়িত হৈ তেওঁ এটা কথা উপলদ্ধি কৰিব পাৰিলে, কোনোবাই জাতি উদ্ধাৰৰ বাবে কৰা সশস্ত্ৰ সংগ্ৰাম চৰকাৰৰ বাবে একো ডাঙৰ সমস্যা নহয় ৷ যাৰ বাবে সময়ে সময়ে হিংসাত্মক ঘটনা ঘটিলে চৰকাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰে ৷ সেয়েহে ৰাজনৈতিকভাৱে বড়ো জাতিৰ সমস্যা সমাধান কৰাৰ অইন জনজাতি জনগোষ্ঠীৰো উন্নয়ন সাধনৰ স্বাৰ্থত বিটিআৰ চূক্তিত স্বাক্ষৰ কৰিছিল ৷

সম্প্ৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত চূক্তিৰ প্ৰতিটো দফা কাৰ্যত ৰূপায়ন কৰাৰ বাবে বিটিআৰত বসবাস কৰা প্ৰতিগৰাকী বুদ্ধিজীৱিৰ লগতে সমাজৰ প্ৰতিগৰাকী লোকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন ৷ সেই উদ্দেশ্য আগত ৰাখিয়েই আজি তামুলপুৰৰ পৰাই সমাজৰ প্ৰতিগৰাকী লোকৰ গঠন মূলক দিহা পৰামৰ্শ বিচাৰি এই অভিযানৰ পাতনি মেলা হৈছে ৷ বিটিআৰ চূক্তি স্বাক্ষৰিত হোৱাৰ পাছত পৰিৱৰ্তন বিচৰা বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বিপুল সমৰ্থনত ইউপিপিএল দলে নিৰ্বাচনত অৱতীৰ্ন হৈছে ৷ ৰাইজৰ বিপুল সহাৰিয়ে নিশ্চিত কৰিছে এইবাৰ নিৰ্বাচনত ইউপিপিএল দলে পৰিষদ দখল কৰিব ৷

এইবাৰ বিটিচিত ৰাইজৰ চৰকাৰ হ’ব ৷ বিগত সোতৰ বছৰে বিপিএফৰ দৰে ৰজাই লুটিপুটি খোৱা চৰকাৰ নহয় ৷ সকলো ধৰণৰ উন্নয়ন মূলক কাম ৰাইজৰ লগত আলোচনা কৰি কৰা হ’ব ৷ সকলো ধৰণৰ উন্নয়নৰ কামত ৰাইজক প্ৰত্যক্ষভাৱে জড়িত কৰা হ’ব ৷ ভাষণ প্ৰসংগত বড়োই পুনৰ কয় যে, বিটিআৰ চুক্তি খন কেৱল বড়ো জাতিৰ উন্নয়ন কৰিব বুলি কৈ হাগ্ৰামা মহিলাৰী,হীৰা শৰনীয়া আদিয়ে ৰাইজক বিভ্ৰান্ত কৰি আছে ৷ কিন্তু বিটিআৰ চুক্তিত প্ৰতিটো দফাতে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতিৰে ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন অধিকাৰ, সম উন্নয়নৰ কথা স্পষ্টকৈ উল্লেখ আছে ৷

তেওঁলোকে বিটিআৰ চুক্তিৰ ক’ত অকল বড়ো জাতিৰ উন্নয়নৰ কথা লিখা আছে তাক দেখুৱাই দিবলৈ তেওঁ আহ্বান জনাই ৷ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুস্থিত আজিৰ নাগৰিক সভাত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুজিব আলি আহমেদ, কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য অজিত কলিতা, বানীকান্ত বসুমতাৰী সহ তামুলপুৰ মহকুমাৰলবিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক নাগৰিক উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTCBTRUPPL
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d