■ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ ক’ৰ্পৰেচন লিমিটেডৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ ড° হিমন্ত বিশ্ব শৰ্মাৰ।
■ ড° শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিলে এই কথা।
■ উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ পেকেজ হিচাপে ১০০ কোটি টকা আবন্টনৰ ঘোষণা।
■ উদ্যোগটোৰ চতুৰ্থ ইউনিটকে ধৰি সমগ্র উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ দীৰ্ঘম্যাদী উপায় সম্বন্ধে অসম চৰকাৰৰ স’তে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি বিত্তমন্ত্ৰী গৰাকীৰ ।
নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ ক’ৰ্পৰেচন লিমিটেডক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ ড° হিমন্ত বিশ্ব শৰ্মাৰ
