গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব অনলাইন মাধ্যমেৰে

144067 guwahati university

◆গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনলাইন মাধ্যম যোগে অনুষ্ঠিত হ’ব ।
◆ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মহাবিদ্যালয়সমূহত স্নাতক মহলাৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ যোগেদি অনুষ্ঠিত হ’ব ।
◆ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক এক জাননীৰ যোগে এই বিষয়ে সদৰী কৰে।
◆গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে অতি সোনকালেই নতুন SOP(Standard Operating Procedure) মাধ্যমৰ সবিশেষ জনাব বুলি জাননীত উল্লেখ ।
◆ সম্প্ৰতি কৰ’নাৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।

Exit mobile version