ADVERTISEMENT

Tag: Gauhati University

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সপ্তাহ উদ্‌যাপন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ আৰু সংস্কৃত ভাৰতী গুৱাহাটী মহানগৰে আজি যুটীয়াভাৱে সংস্কৃত সপ্তাহ উদ্‌যাপনৰ কাৰ্যসূচী হাতত লয় । সেই মৰ্মে ...

Read more

Gauhati University গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

  গুৱাহাটী বিশ্ববিদ্যালয় #GauhatiUniversity এন এছ এছ কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত  বিশ্ববিদ্যালয় চৌহদত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন ...

Read more

টুইটাৰত এতিয়া ‘হেছটেগ ষ্টপ অফলাইন ক্লাছেছ’ৰ জোৱাৰ

সন্ধিয়া পাঁচ বজাৰ পৰা টুইটাৰত অফলাইন, ক্লাছ, পৰীক্ষাৰ বিৰোধিতা কৰি শিক্ষাৰ্থীসকলে প'ষ্টৰ জোৱাৰ তুলিছে । গুৱাহাটী বিশ্ববিদ্যালয় আৰু অধীনস্থ ছাত্ৰ-ছাত্ৰীসকলে ...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছুৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে ১৬ জানুৱাৰীত স্নাতক তৃতীয় ষান্মাসিকৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক অসন্তুষ্টিৰ । চি বি চি ...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত প্ৰতিবাদ ছাত্ৰ সংগঠনৰ

ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত বিক্ষোভ প্ৰদৰ্শন কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল আৰু বিভিন্ন ক্ষেত্ৰত ...

Read more

কোন বহে ৫৭ হেজাৰটকীয়া চকীত

ৰাজ্যৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ একোজন শিক্ষাৰ্থীক ৫৭,৩৯৯ টকাৰ মূল্যৰ কাঠৰ চকী যোগান ধৰে কৰ্তৃপক্ষই । আচৰিত ...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় । ছাত্ৰ একতা সভাৰ সভাপতি পদত জয়ী ...

Read more
গুৱাহাটী বিশ্ববিদ্যালয়ে ঘােষণাই নকৰিলে স্নাতক পঞ্চম-ষষ্ঠ যান্মাসিকৰ ফলাফল ,পহিলা অক্টোবৰৰ পৰা আৰম্ভ নতুন শিক্ষাবর্ষ

গুৱাহাটী বিশ্ববিদ্যালয়ে ঘােষণাই নকৰিলে স্নাতক পঞ্চম-ষষ্ঠ যান্মাসিকৰ ফলাফল ,পহিলা অক্টোবৰৰ পৰা আৰম্ভ নতুন শিক্ষাবর্ষ

গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক সাহাটী বিশ্ববিদ্যালয় বৰ্ষৰ পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ফলাফল আজিকোপতি ঘােষণা নকৰাৰ ফলত দেশৰ অগ্রণী উচ্চ শিক্ষানুষ্ঠান অথবা ...

Read more
Page 1 of 2 1 2