প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত “নিবনুৱা দিৱস” ট্ৰেণ্ডিং

prime minister narendra modi turns 70 birthday wishes pour in from all corners

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিনত সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে । দ্বিতীয়তে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত নিবনুৱাৰ সন্দৰ্ভতো ট্ৰেণ্ডিং হৈ আছে ।

বিজেপিয়ে মোদীৰ জন্মদিনটো ১৪-২০ ৰ ছেপ্টেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে উদযাপন কৰিছে  ৷ তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে এই সপ্তাহটো পালন কৰিছে “নিবনুৱা দিৱস” হিচাপে । টুইটাৰত বৃহস্পতিবাৰে #NationalUnemplomentDay অৰ্থাৎ নিবনুৱা দিৱস বহু ট্ৰেণ্ডিঙত আছে  ৷

গতিকে প্ৰশ্ন হয় যে সচাঁকৈ দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে নেকি? এই সন্দৰ্ভত তলাবন্ধৰ সময়ত ভাৰতৰ আৰ্থিক অৱস্থা বহু পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে ।

NSSO ৰ পৰিসংখ্যা অনুসৰি এপ্ৰিলৰ পৰা জুনলৈ প্ৰথমবাৰ GDP ২৩.৯ শতাংশলৈকে যায় । নিশ্চিত ভাৱে ইয়াৰ প্ৰভাৱ নিযুক্তিৰ ওপৰত পৰিছে । যাৰ কাৰণে ছ’চিয়েল মিডিয়াত “নিবনুৱা দিৱস” হিচাপে ট্ৰেণ্ডিং হৈছে।

Exit mobile version