বলিউডৰ সংগীত জগতৰ জনপ্ৰিয় দুই ভগ্নীৰ যোৰা

sonu kakkar neha kakkar vs lata mangeshkar asha bhosle which sister duo has all mesmerized over the years

বলিউদৰ সংগীত জগতৰ জনপ্ৰিয় নাম অৰ্থাৎ কে’বাটাও জনপ্ৰিয় গীত গায় শ্ৰোতাৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে কক্কড় পৰিয়ালৰ দুগৰাকী ভগ্নীয়ে । চনু কক্কড়ে জনপ্ৰিয় গীতসমূহৰ ভিতৰত অন্যতম ‘বাবুজী জৰা ধীৰে চলোঁ’ গীতটিৰে নিজৰ সংগীত জীৱনৰ আৰম্ভণি কৰিছিল ।

পাঁচ বছৰ বয়সৰ পৰাই অন্য ভাই-ভগ্নীৰ স’তে জাগ্ৰতত গাবলৈ আৰম্ভ কৰিছিল আৰু মুম্বাইলৈ আহি ‘চেনেল ভি’ প্ৰতিযোগিতাত ‘Indian Pop”ত অংশ লৈছিল।  আনহাতে, সকলোৰে মন মুহিব পৰা এটা সুন্দৰ কন্ঠৰ অধিকাৰী চনু কক্কড়।

চনু কক্কড়ৰ ভগ্নী নেহা কক্কড়ো এতিয়া বলিউদৰ শীৰ্ষ জনপ্ৰিয় গায়িকাৰ ভিতৰত অন্যতম । নেহা কক্কড়ে ইণ্ডিয়ান আইডল চিজন-২ ত অংশ লৈছিল আৰু তাৰ পিছতে বলিউদত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘কোকটেইল’ ছবিৰ জনপ্ৰিয় গীত ‘ছেকেন্দ হেণ্ড জৱানী’ৰ জৰিয়তে ।

আনহাতে, ৰাষ্ট্ৰৰ জীয়ৰী তথা কুকিল কণ্ঠৰ অধিকাৰী লতা মংগেশকাৰ বলিউদৰ সংগীত জগতৰ সকলোতকৈ জনপ্ৰিয় এগৰাকী সফল গায়িকা। লতা মংগেশকাৰৰ ভগ্নী আশা ভোষলেও বলিউদৰ চিৰ সেউজ গায়িকা। দুয়ো ভগ্নীয়ে সংগীত জগতত নিজৰ নিজৰ স্থান অধিকাৰ কৰিছে আৰু তেওঁলোক দুয়ো সকলোৰে সন্মানীয় আৰু অনুকৰণীয় শিল্পী ।

চনু কক্কড় আৰু নেহা কক্কড় অথবা লতা মংগেশকাৰ আৰু আশা ভোষলেৰ ভগ্নীৰ যোৰাদুটি বাৰু দেখিলে আপোনাৰ কেনে অনুভৱ হয়? বা কোনটি ভগ্নীৰ যোৰা আপোনাৰ প্ৰিয়?

Exit mobile version