কৰ’নাৰ ভয়াৱহতাৰ মাজতে মহানগৰীত পুনৰ উচ্ছেদ অভিযান

download 2 1

ৰাজভৱনৰ নামত আৱণ্টিত ভূমিত বেদখল হোটেল বেলিভিউৰ ।

কৰ্মচাৰীৰ আবাসৰ নামত প্ৰায় ২:৩ বিঘা চৰকাৰী মাটি বেদখল।

কামৰূপ মহানগৰ জিলাৰ উলুবাৰী মৌজাৰ ৪৫৩ নম্বৰ দাগৰ প্ৰায় ২:৩ বিঘা মাটি ৰাজভৱনৰ নামত নতুনকৈ আৱণ্টন ।

উক্ত ভূমিত জিলা প্ৰশাসনে হোটেল বেলিভিউৰ কৰ্মচাৰীৰ আবাসত থকা ১৩ টা পৰিয়ালক উচ্ছেদ কৰে ।

গুৱাহাটী ৰাজহচক্ৰৰ ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈৰ নেতৃত্বত অভিযান।

উচ্ছেদৰ পূৰ্বে কোনো জাননী জাৰি নকৰাৰ অভিযোগ উচ্ছেদিত পৰিয়ালৰ ।

২০০৭-০৮ বৰ্ষৰ পৰা বন্ধ হৈ আছে হোটেল বেলিভিউ ।

হোটেল বেলিভিউৰ প্ৰৱেশ দ্বাৰো ৰাজভৱনৰ মাটিত থকাৰ অভিযোগ ।

Exit mobile version