স্বাস্থ্য বিধি উলংঘাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ ।
সামাজিক দূৰত্ব বৰ্তাই নৰখাকৈ জনসমাগম নিৰ্বাচনী সভাত ।
কৰ’নাৰ গণ সংক্ৰমণ বৃদ্ধিত অৰিহনা যোগোৱাৰ অভিযোগত পিযুষ হাজৰিকাৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।
এজাহাৰ দাখিল কৰিলে মালিগাঁওৰ তৰুণ দত্তই ।