ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ

21 03 181521613418 1280x720 371074 pijush hazarika e1534408558161

স্বাস্থ্য বিধি উলংঘাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ ।

সামাজিক দূৰত্ব বৰ্তাই নৰখাকৈ জনসমাগম নিৰ্বাচনী সভাত ।

কৰ’নাৰ গণ সংক্ৰমণ বৃদ্ধিত অৰিহনা যোগোৱাৰ অভিযোগত পিযুষ হাজৰিকাৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।

এজাহাৰ দাখিল কৰিলে মালিগাঁওৰ তৰুণ দত্তই ।

Exit mobile version