Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Farmers Protest:কৃষকৰ দিল্লী চলো প্ৰতিবাদত মৃত্যু হোৱা যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা

দুৰ্ভগীয়া পৰিয়াললৈ ১ কোটি টকা আৰু চৰকাৰী চাকৰি

publisher by publisher
February 23, 2024
in Uncategorized
Reading Time: 1 min read
0
Farmers Protest:কৃষকৰ দিল্লী চলো প্ৰতিবাদত মৃত্যু হোৱা যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Jalandhar Firing:জলন্ধৰত ভয়ংকৰ গুলীচালনাৰ ঘটনা

Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !

Amrit Pal Singh:ডিব্ৰুগড় জেলৰ পৰা অগ্ৰগতি পাঞ্জাৱৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ

Farmers Protest:

কৃষক সংগঠন সমূহৰ যৌথ সংগঠনৰ বহুচৰ্চিত দিল্লী চলো যাত্ৰাত অংশ লোৱা প্ৰতিবাদী কৃষকক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছৰ প্ৰভাৱত মৃত্যু হোৱা পঞ্জাৱৰ যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা ৷

ADVERTISEMENT

উল্লেখ্য যে,২১ফেব্ৰৱাৰীত হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদী কৃষকৰ আন্দোলনৰ মাজতে আৰক্ষী আৰু কৃষক মাজত হতাহতি হয় । ইয়াৰ মাজতে কৃষকৰ মাজলৈ আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ ৷

ইয়াৰ ফলতে মৃত্যু হৈছিল যুৱ কৃষক শুভকৰণ সিঙৰ। ইয়াৰ পাছতে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী কৃষক সকল৷ মৃতদেহ মৰনোত্তৰৰৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল যদিও চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য আৰু চৰকাৰী চাকৰিৰ দাবীত মৃতদেহ নিয়াত বাধাৰোপ কৰি পৰিস্থিতি উত্তাল কৰে ৷

অৱশ্যে পাছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানে সামাজিক মাধ্যম এক্সত ততাতৈয়াকৈ পোষ্ট দি শুভকৰণৰ দুৰ্ভগীয়া পৰিয়াললৈ এক কোটি আৰ্থিক সাহায্য আৰু পৰিয়ালৰ শুভকৰণৰ ভগ্নীলৈ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘটনাৰ স’তে জড়িত থকা আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ কথাও সদৰি কৰে ৷

উল্লেখ্য যে,যুৱ কৃষক জনৰ মৃত্যুৰ বাবে প্ৰতিবাদী কৃষক সকলে দুদিনৰ বাবে দিল্লী চলো যাত্ৰা স্থগিত ৰাখে ৷ তেওঁলোকে এইটোও দাবী কৰে যে,কৃষক জনক চৰকাৰীভাৱে ছহিদ ঘোষণা কৰা হওক ৷ একেদৰে কৃষক সংগঠনে কৃষকজনৰ মৃত্যুৰ প্ৰতিবাদত ক’লা দিৱস উদযাপন কৰে ।

শেহতীয়া খবৰ অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা দুৰ্ভগীয়া কৃষকজনৰ পৰিয়াললৈ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰাৰ পাছতহে মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Farmers Protestpanjub
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d