■ যোৱা নিশা অসম আৰক্ষীয়ে ৰূপক দত্তৰ ঘৰত অভিযান চলাই পিষ্টলসহ কে’বাটাও মেগজিন জব্দ কৰে।
■ লোকজনৰ বয়স ৪৩ বছৰ ।
■ লিচুবাৰীৰ ন-আলি পুবেৰুণ পথত অৱস্থিত লোকজনৰ ঘৰৰ পৰা জব্দ কৰে এই আপত্তিজনক অস্ত্ৰসমূহ ।
■ এটা নাইন এমএম পিষ্টল, নাইন এম এম পিষ্টল মেগজিন, নাইন এমএম এএমএম ফাইভ আৰডিএছ, ২২ পিষ্টল, ২২ পিষ্টল মেগজিন আৰু ২২ এএমএম ৫০আৰডিএছ জব্দ কৰে অসম আৰক্ষীয়ে ।
অসম আৰক্ষীৰ সফল অভিযান
-
By publisher

- Categories: Assam, News
- Tags: AssamAssam Police
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026