ৰাজ্যত পুনৰ ২৬৪০ জন লোক কৰ’নাত আক্ৰান্ত

095c7df1 cd64 4f26 addf 7b15957106e4

ৰাজ্যত পুনৰ ২৬৪০ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷

ইয়াৰে কামৰূপ মে’ট্ৰ’ৰ ৫৭৪ জন আৰু যোৰহাটৰ ২৪০ জন,লখিমপুৰৰ ২০৬জন,গোলাঘাটৰ ১৯৮জন

ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৫৯৩২০ জনলৈ ৷

সুস্থ হৈছে ১২,৭৩৩৫ জন

চিকিৎসাধীন হৈ আছে ৩১,৪০৪ জন আৰু মৃত্যু হৈছে ৫৭৮ জন ।

Exit mobile version