মহানগৰীৰ উজান বজাৰত সংঘটিত হত্যাকাণ্ডত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

64a17a4d ede0 4e82 8ecb dd5ae46128c0 1

উজান বজাৰৰ ইছলামপট্টিৰ নিজামুদ্দিন আলিক মৰিয়াই হত্যা তিনি অভিযুক্তৰ ।

নিজামুদ্দিনৰ হত্যাত জড়িত থকাৰ অভিযোগত ধুবুৰীৰ গৌৰীপুৰৰ পৰা ৰাজীৱ দাস, ৰপম দাসক আৰু মহানগৰীৰ পৰা মণি চৌধুৰীক গ্ৰেপ্তাৰ।

নিজামুদ্দিনৰ জ্যেষ্ঠা ভগ্নী ৰীণা বেগমে দাখিল কৰা এজাহাৰৰ ভিত্তিত লতাশিল আৰক্ষী থানাত ৰুজু হৈ থকা ২৬৩/২০২০ নম্বৰ গোচৰৰ অভিযান চলাই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । এই অভিযানত গৌৰীপুৰ আৰক্ষীয়ে সহযোগ কৰে মহানগৰ আৰক্ষীক ।

Exit mobile version