ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্য বুধবাৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এক জনজাগৰণ সজাগতা সমদল বাহিৰ কৰা হয় ৷ক’ভিডত আক্ৰান্ত লোকসকলে কি দৰে ঘৰত আছুতীয়াকৈ থাকিব লাগে,ক’ভিড টেষ্ট নকৰা ব্যক্তিসকলে কিয় টেষ্ট কৰিব লাগে আদি বিষয় এই শোভাযাত্ৰাত স্থান পায়৷
ক’ভিড-১৯ ভাইৰাছ সন্দৰ্ভত সজাগতা সমদল মহানগৰ প্ৰশাসনৰ
-
By publisher
Related Content
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য সন্ধিয়া
By
publisher
February 1, 2025