এজেপিৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন

Eh5XFbKXYAAiL3D

ৰাজ্যত ভূমিষ্ঠ হোৱা আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি শুকুৰবাৰে গঠন কৰা হয় । এই প্ৰথমখন আহ্বায়ক সমিতি হৈছে চৰাইদেউ জিলা সমিতি ।

জিলাখনৰ অগ্ৰণী ব্যক্তি অৱণী বৰুৱা আৰু সুশীল কুজুৰক মুখ্য আহ্বায়ক হিচাপে লৈ এই ৫৩ জনীয়া আহ্বায়ক সমিতিখন গঠন কৰা হৈছে । এজেপিৰ আহ্বায়ক ৰাজু ফুকনে এই কথা সদৰী কৰিছে ।

Exit mobile version