ৰাজ্য চৰকাৰে গঠন কৰি দিয়া চাৰিজনীয়া আয়োগত এগৰাকীও প্ৰাক্তন এনডিএফবি নিয়োগ নকৰাৰ অভিযোগ ধীৰেণ বড়োৰ

WhatsApp Image 2020 09 26 at 3.11.43 PM

● ওদালগুৰিত প্ৰাক্তন এনডিএফবি বিটিআৰ চুক্তি ৰূপায়নৰ সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল ।
● ৰাজ্য চৰকাৰে গঠন কৰি দিয়া চাৰিজনীয়া আয়োগক বিৰোধীতা সংগঠনটোৰ ।
● নীতি বহিৰ্ভূতভাৱে এই আয়োগ গঠন কৰাৰ অভিযোগ ।
● আয়োগ গঠন সম্পৰ্কে চুক্তি স্বাক্ষৰকাৰী প্ৰাক্তন এনডিএফবি নেতাক অন্ধকাৰত ৰখা হৈছে ।
● এগৰাকী প্ৰাক্তন এনডিএফবিকো কিয় নাৰাখিলে বুলি কটাক্ষ ।
● সংবাদমেলত এই অভিযোগ সমিতিখনৰ অধ্যক্ষ ধীৰেণ বড়োৰ ।
● শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী ।
● বিহাৰত যদি পাৰে বিটিচিত কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে বুলি প্ৰশ্ন ।
● সংবাদমেলত উপস্থিত থাকে বি.চাওৰাইগৌৰা, বি.অঞ্জালু, সুনীল ব্ৰহ্মৰ লগতে আন প্ৰাক্তন কেডাৰ ।
● এইবাৰ বিটিচি অঞ্চলত বিটিএডি নিৰ্বাচন হ’ব নে বিটিআৰ নিৰ্বাচন হ’ব বুলি প্ৰশ্ন ।
● বিটিআৰ নাম হ’ল, গতিকে ৬০ সমষ্টিক লৈ নিৰ্বাচন হব নেকি বুলি প্ৰশ্ন ।

Exit mobile version