■ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ বাবে উপস্থিত এইমছৰ চিকিৎসক আনন্দ মোহন ।
■ পালম’নাৰী মেডিচিনৰ অধ্যাপক আনন্দ মোহন ।
■উল্লেখ্য যে, শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ সন্দৰ্ভত এইমছৰ সঞ্চালক ৰনদীপ গুলেৰীয়াৰ স’তে প্ৰায় ১ ঘণ্টাৰ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰা হৈছিল ।
■ ভিডিঅ’ কনফাৰেন্সত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ বাবে এইমছৰ এজন চিকিৎসক পঠাব বুলি সদৰী কৰিছিল গুলেৰীয়াই ।
প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসা কৰিব এইমছৰ চিকিৎসক আনন্দ মোহনে
-
By publisher
- Categories: Assam, News
- Tags: AIIMSAssamTarun Gogoi
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024