অসম আৰক্ষীৰ DGP ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

assam dgp bhaskar jyoti mahanta blames anti social elements in state for fuelling anti cab protests

■ SI পৰীক্ষাৰ অভিযোগত এই পর্যন্ত ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
■ পি কে দত্তৰ সম্পত্তিৰ গোচৰ ৰুজু কৰা হ’ব বুলি ঘোষণা ডিজিপিৰ ।
■ পি কে দত্ত আৰু দিবন ডেকাক পলাতক অভিযুক্ত হিচাপে ঘোষণা ।
■ SI কেলেংকাৰীত দুয়োজন জড়িত হোৱাৰ প্ৰমাণ আৰক্ষীৰ ওচৰত আছে বুলি প্ৰকাশ ।

■ আনহাতে, ভাৰ্গৱ গ্ৰেণ্ডতো SI পৰীক্ষাৰ অনুশীলন কৰা হৈছিল ।
■ লখৰাৰ ভাৰ্গৱ গ্ৰেণ্ডত উদ্ধাৰ প্ৰশ্নকাকতকে ধৰি বহু নথি পত্ৰ আৰু বেনাৰ ।
■ পৰীক্ষাৰ্থীয়ে ১০ হেজাৰকৈ উৎকোচ দিয়াৰ তথ্য লাভ ।
■ সংবাদমেলত উপস্থিত থাকে ADGP জি পি সিং আৰু CIDৰ IGP সুৰেন্দ্ৰ কুমাৰ ।

Exit mobile version