অসম-নাগালেণ্ড সীমান্তত ৫ কিলো হেৰ’ইন জব্দ

WhatsApp Image 2020 09 28 at 11.43.54 AM

■ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ।
■ যোৱা নিশা অসম-নাগালেণ্ড সীমান্তত ৫ কিলোৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে অসম আৰক্ষীয়ে।
■ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি টকা।
■ ইছমাইল আলি নামৰ লোকজনক আটক কৰা হৈছে ।
■ ২৬ জুনত অসম আৰক্ষীৰ DGPয়ে ড্ৰাগছ বিৰোধী অভিযানৰ সন্দৰ্ভত ঘোষণা কৰাৰ পাছৰে পৰা অব্যাহত ৰখা হৈছিল এই অভিযান।
■ এই সন্দৰ্ভত অসম আৰক্ষীৰ DGP বিষয়া ভাস্কৰ জ্যোতি মহন্তই টুইটাৰ যোগে সদৰী কৰে ।

Exit mobile version