আন্তৰাষ্ট্ৰীয় স্পেচ ষ্টেচনলৈ নাছাৰ ২৩ মিলিয়ন প্ৰদান

Nasafeature

Date: 11-26-19 Location: Bldg. 241 - Acoustic Testing Area Subject: ISS Universal Waste Management System, Unit 1 during Acoustic Testing Photographer: James Blair

আন্তৰাষ্ট্ৰীয় স্পেচ ষ্টেচনলৈ NASA য়ে শৌচালয় পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিছে ২৩ মিলিয়ন।

নতুনকৈ নিৰ্মাণ হ’ব লগা শৌচালয় নিৰ্মাণৰ দায়িত থাকিব Universal Waste Management system চমুকৈ UWMSয়ে ৷

শৌচালয় পুনৰ নিৰ্মাণৰ দ্বাৰা সততে অসুবিধাৰ সন্মুখীন হোৱা ISS ৰ কৰ্মীসকলে সকাহ লাভ কৰিব।

আনহাতে সকলো আধুনিক কাৰিকৰী প্ৰযুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে মহিলা বিজ্ঞানীসকলে ৷

ইপিনে অনাগত দিনত NASA য়ে সকলো ধৰণৰ চাফ চিকুনতা বৰ্তাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখযোগ্য যে সকলো শৌচালয়ত ব্যৱহাৰ কৰা সামগ্ৰী,ৱাইপ্চ সকলো ৱাটাৰপ্ৰুফো বেগ পেলাব পাৰিব ৷

Exit mobile version