বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৮৬ লাখ লোক

Coronavirus

ভাৰতৰ লগতে ১৮০ খন দেশত কৰ’না ভাইৰাছৰ সন্ত্ৰাস দেখা গৈছে ।বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৮৬,৮২১জন। মৃত হৈছে ১,১৮১জন ।

ADVERTISEMENT

ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত হৈছে ভাৰতত বৃদ্ধি পাইছে ৬৩,১২,৫৮৪ জনলৈ ।
আনহাতে বিগত ২৪ ঘন্টাত কৰ’নাত সুস্থ হৈ ৮৫,৩৭৫ জন লোক ৷কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৫২,৭৩ ২০১ জন ৷ মৃত্যু হৈছে ৯৮,৬৭৮ জনৰ ৷

কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯,৪০,৭০৫ জন । ৩০ ছেপ্টেম্বৰত কৰ’নাৰ টেষ্ট কৰিছে ১৪,২৩,০৫২ জন ৷দেশত মুঠ কৰ’নাৰ টেষ্ট কৰা হৈছে ৭,৫৬,১৯,৭৮১জন ৷

ইপিনে আমেৰিকাৰ পাছতে কৰ’নাত আক্ৰান্তৰ দ্বিতীয় স্থানত আছে ভাৰত ৷ভাৰতত কৰ’নাত আটাইতকৈ বেছি আক্ৰান্ত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ ৷ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৩লাখ অতিক্ৰম কৰিলে ৷আনহাতে একাংশ ৰাজ্যত পুনৰ কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ আক্ৰান্ত আৰম্ভ হৈছে।

Exit mobile version