■ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে কেন্দ্ৰই স্কুল কলেজসমূহ ১৫ অক্টোবৰৰ পৰা খুলিব পাৰিব বুলি ৰাজ্যসমূহক অনুমতি দিছিল ।
■ এই সন্দৰ্ভত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ১৫ অক্টোবৰৰ পৰিৱর্তে পহিলা নৱেম্বৰৰ পৰা খোলা হ’ব বুলি স্পষ্ট ইংগিত প্ৰদান কৰিছে ।
■ উল্লেখ্য যে, যোৱা মাৰ্চমাহৰ পৰা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছিল শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া । আনহাতে, এই পৰিস্থিতিৰ মাজতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান আৰম্ভ কৰা হৈছে ।
১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান প্ৰক্ৰিয়া
