ঘোষণা কৰা হ’ল IIT Advanced ৰ ফলাফল

chirag 806 202010499963

IIT দিল্লীয়ে JEE Advanced ২০২০ ৰ ফলাফল ঘোষণা কৰিছে।

চলিত বৰ্ষত প্ৰায় ৪৩,২০৪ জন পৰীক্ষাৰ্থী JEE পৰীক্ষাত উত্তীৰ্ণ হৈছে ।

চলিত বৰ্ষত IIT বোম্বেৰ চিৰাগ ফল’ৰে শীৰ্ষস্থান লাভ কৰে। চিৰাগে ৩৯৬ ৰ ভিতৰত ৩৫২ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাতে ছাত্ৰীৰ ভিতৰত কনিস্কা মিত্তলে ৩৯৬ ৰ ভিতৰত ৩১৫ নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয় ।

ইপিনে বিগত বৰ্ষসমূহত জুনতেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় যদিও ৷এইবাৰ কৰ’না ভাইৰাছৰ কাৰণে ফলাফল ঘোষণা কৰাত কিছু বিলম্ব হয়।

JEE Advanced ত প্ৰথম দহটা স্থান পোৱা সকল হৈছে:

চিৰাগ ফল’ৰ

গেঙ্গুলা ভূবন ৰেড্ডী ৷

বৈভৱ ৰাজ

আৰ মুহেন্দাৰ ৰাজ ৷

কেশৱ অগ্ৰৱাল ৷

হাৰ্ডিক ৰাজপাল ৷

বেদাংগ শশাংক ৷

হৰ্ষবৰ্ধন অগ্ৰৱাল ৷

ডভনিট বেনিৱাল

Exit mobile version