#জি এম চি এইছত কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ ললে সংসদ গৌৰৱ গগৈয়ে ৷
# ৰাজনৈতিক স্বাৰ্থত নহয়, মানৱতা খাতিৰত খবৰ ল’লো ৷
#অখিল গগৈৰ স্বাস্থ্য পূৰ্বতকৈ উন্নীত হৈছে ৷
# পিতৃৰ আহ্বান মতে মই অখিল গগৈৰ ওচৰলৈ আহিছো |
#কোনো যুক্তি আৰু কাৰণ নথকাকৈ ইমান দিনে কাৰাগাৰত ৰাখিছে অখিলক |
#কেৱল নিৰ্বাচনৰ স্বাৰ্থত অখিল গগৈক জেলত ৰাখিছে |
#জন্ম হোৱা ৰাজনৈতিক দল সমূহ ক্ষোভত জন্ম হৈছে |
#নতুন দলক আমি স্বাগতম জনাইছো |
# কংগ্ৰেছৰ দিনত কোনো ৰাজনৈতিক দল জন্ম হোৱা নাছিল |
# কংগ্ৰেছ দল ক্ষমতা লোভী নহয় |