Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Number of students dropping out of school in Assam is increasing:হোৰাহোৰে বৃদ্ধি আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

দাৰিদ্ৰপীড়িত বিহাৰৰ শাৰীত উপনীত অসম, কেৰালা-তামিলনাডুত উন্নতৰ পৰা উৎকৃষ্ট হোৱাৰ বিপৰীতে অসমত বিপৰীত ছবি

publisher by publisher
January 7, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Number of students dropping out of school in Assam is increasing:হোৰাহোৰে বৃদ্ধি আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Number of students dropping out of school in Assam is increasing:

চৰকাৰী পক্ষই শিক্ষাকে ধৰি অসমৰ সৰ্বাংগীণ উন্নয়নৰ ধ্বনি দি থকাৰ সময়তে স্কুলীয়া শিক্ষাখণ্ডৰ এক শোচনীয় ছবি পোহৰলৈ আহিছে। স্বয়ং কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ তথ্যত প্রকাশ পোৱ মতে, অসমত বিগত কিছু বছৰৰ পৰা উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ ধৰিছে আধাতে স্কুল এৰা (ড্রপ আউট) ছাত্র-ছাত্রীৰ সংখ্যা। আনকি অৱস্থা এনে হৈছে যে এই ক্ষেত্রত অসমে দাৰিদ্র পীড়িত বিহাৰৰ শাৰীত স্থান পাইছে।

ADVERTISEMENT

কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ শিক্ষাৰ জিলা তথ্য ব্যৱস্থা (ইউডিআইএছই)ৰ ২০২৩-২৪ৰ তথ্য মতে, অসমত আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ২৫.০৭ শতাংশ। এই ক্ষেত্রত অসমৰ স’তে প্রায় একে শাৰীত আছে বিহাৰ (২৫.৬৩ শতাংশ)। স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ এনে তথৈবচ অৱস্থাৰ বিপৰীতে উত্তৰ-পূবৰে বিভিন্ন ৰাজ্যৰ পাৰদৰ্শিতা উন্নত।

উদাহৰণস্বৰূপে দুই পাহাৰীয়া ৰাজ্য অৰুণাচল প্রদেশত আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ১৯.২৯ শতাংশ আৰু মেঘালয়ত ২২.০৬ শতাংশ। একেদৰে মণিপুৰত ১৫.৩০ শতাংশ আৰু ছিকিমত ১৯.০৫ শতাংশ। কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ আন এক উদ্বেগজনক তথ্য হ’ল যে ২০১৯ৰ পৰা ২০২৪ৰ সময়ছোৱাত একাংশ ৰাজ্যই স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। এই পাঁচটা বছৰত এনে ৰাজ্যসমূহত আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চকুত লগাকৈ হ্রাস পায়।

ইয়াৰ উদাহৰণ হৈছে কেৰালা আৰু তামিলনাডু। এই পাঁচটা বছৰত ৰাজ্য দুখনে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাক উন্নতৰ পৰা উৎকৃষ্ট আখ্যা দিয়া হৈছে। ২০১৯৩ কেৰালাত উচ্চ প্রাথমিক শিক্ষা সমাপ্ত কৰা ছাত্ৰৰ হাৰ ৯৯.৬ শতাংশ আছিল। ২০২৪ত ৰাজ্যখনত এই হাৰ এশ শতাংশলৈ বৃদ্ধি পায়। একে কথাই খাটে তামিলনাডুৰ ক্ষেত্ৰত।

২০১৯ত ৰাজ্যখনত উচ্চ প্রাথমিক শিক্ষা সমাপ্ত কৰা ছাত্ৰৰ হাৰ ৯৯ শতাংশ আছিল। ২০২৪ত ইয়াৰ হাৰ এশ শতাংশলৈ বৃদ্ধি পায়। সম্প্রতি ৰাজ্যখনত মাধ্যমিক শিক্ষা গ্রহণ কৰা ছাত্ৰৰ হাৰ ৮৯.২ শতাংশ আৰু ছাত্ৰীৰ হাৰ ৯৫.৬ শতাংশ হৈছে। ইয়াৰ বিপৰীতে বিহাৰ আৰু অসমৰ অৱস্থা পূৰ্বৰ কিছু বছৰতকৈ শোচনীয়হে হয়। অথচ প্রতিবেশী বিভিন্ন ৰাজ্যই স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত উন্নত ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে দেশত সামগ্রিকভাবে স্কুলীয়া শিক্ষাৰ অৱস্থা দুখজনক হোৱাৰ তথ্য প্রকাশ পাইছে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ তথ্যত। এই তথ্য অনুসৰি ২০১৮-১৯ত সমগ্র দেশত যিমান সংখ্যক ছাত্র-ছাত্রীয়ে স্কুলত নামভৰ্তি কৰিছিল, ২০২৩-২৪ত সেই সংখ্যা এক কোটিতকৈও অধিক হ্রাস পায়। এই ক্ষেত্ৰত দেশৰ অন্যতম বৃহৎ ৰাজ্য কর্ণাটকৰো অৱস্থা শোচনীয়। আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত কৰ্ণাটকৰ অৱস্থা অসম আৰু বিহাৰতকৈ কিঞ্চিতহে উন্নত।

২০২৪ত কর্ণাটকত ৭৬.৫ শতাংশ ছাত্রীয়েহে স্কুলীয়া শিক্ষা সম্পূর্ণ কৰে। অৱশ্যে ২০১৯৩ ৰাজ্যখনত স্কুলীয়া শিক্ষা সমাপ্ত কৰা ছাত্ৰীৰ সংখ্যা ৭৯.৩ শতাংশ আছিল। অর্থাৎ কর্ণাটকতো স্কুলীয়া শিক্ষাৰ অৱস্থা শোচনীয় হ’বলৈ ধৰিছে। অনুৰূপ শোচনীয় অৱস্থা বিৰাজ কৰি আছে ৰাজস্থানতো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMO ASSAMSchool In Assamstudents dropping outUnion Ministry Of Education
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d