- অসম গণ পৰিষদ দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগ দিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ।
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক কাৰ্যসূচী ।
- ঐক্য, শান্তি, প্ৰগতিৰ মূলমন্ত্ৰৰে ন-সাজেৰে প্ৰগতিশীল জাতীয়তাবাদ শক্তিশালী কৰাৰ চেষ্টাৰে অগপত যোগ দিব কন্ঠশিল্পী গৰাকীয়ে ।
- ইতিমধ্যে অগপৰ কাৰ্যালয়ত উপস্থিত পাটোৱাৰী ।
- সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কৰিব কন্ঠশিল্পীগৰাকীয়ে ।
আজি অগপত যোগ দিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে
-
By publisher

Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026