- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত পুনৰ এজন অভিযুক্তক আটক।
- ধৃত পি কেৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই যোৱা নিশা চিআইডিয়ে মহানগৰীৰ গীতানগৰৰ পৰা আটক কৰে অভিযুক্তজনক।
- আটকাধীন অভিযুক্তজন হৈছে গীতানগৰৰ হীৰুমনি নাথ ।
- ধৃত অভিযুক্তজনক বৰ্তমানে জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে।
প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযোগত পুনৰ এজনক আটক
-
By publisher

- Categories: Assam, News
- Tags: AssamAssam PoliceSI Exam
Related Content
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
By
publisher
April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
By
publisher
April 28, 2026