Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

মহানগৰীৰ ৰুদ্ৰাহ্ম মলৰ এক্সৰো বাৰত পুৱতি নিশালৈ সেৱন কৰিছিল সুৰা, ১৩৫ কিলোমিটাৰ গতিবেগত চলাইছিল ছুইফট বাহনখন

publisher by publisher
April 28, 2026
in News
Reading Time: 1 min read
0
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

DCP Pressmeet:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কালিকা লগা শনিবাৰে গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সন্মুখত মাজনিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনি গৰাকীকৈ যুৱতীয়ে ৷ যুৱতী তিনি গৰাকী উঠি অহা এএছ০১-জিপি ০৫৬১১ নম্বৰৰ ছুইফট ডিজায়াৰ খনে তীব্ৰবেগত আহি ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ফলত কৰুণ মৃত্যুক সাবটি লয় সোণাৰিৰ সাপেখাটিৰ আকাংক্ষা শইকীয়া ,বঙাইগাঁৱৰ আৰামিনা আহমেদ আৰু মেঘালয়ৰ উইলিয়াম নগৰৰ পূজা সাহা ৷ আকাংক্ষা আৰু পূজা আছিল মহানগৰীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। একেদৰে আৰামিনা আহমেদ আছিল ইঞ্জিনীয়াৰিঙৰ চুড়ান্তবৰ্ষৰ শিক্ষাৰ্থী ৷

ADVERTISEMENT

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ছুইফট ডিজায়াৰ খনৰ চালক ছামিম আহমেদ সামান্য আঘাতপ্ৰাপ্ত হয় ৷ তেওঁ গে’ট হাস্পতালত চিকিৎসা কৰি নিশাই অন্তধ্যান হয় । নিজৰ ম’বাইলৰ ছুইটছ অফ কৰি আত্মগোপন আছিল যদিও ২৭ এপ্ৰিলত ছামিমৰ উপস্থিতি ডিব্ৰুগড় বিমান বন্দৰৰ ওচৰত অৱস্থিতি আৰক্ষীয়ে ধৰা পেলাই তৎমুহূৰ্ততে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে ধৃত ছামিম আহমেদক ডিব্ৰুগড় আৰক্ষীয়ে নিশাই নুনুমাটি আৰক্ষীক চমজাই দিয়াৰ পিছত মঙলবাৰে গুৱাহাটীলৈ লৈ অনা হয় ছামিমক ৷ এক সংবাদমেলক চামিমক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ জেৰাত উল্লেখ কৰা কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে গুৱাহাটীৰ যানবাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথি বৰাই।

ডিচিপি গৰাকীয়ে সংবাদমেলক উল্লেখ কৰে যে মহানগৰীৰ ৰুদ্ৰাহ্ম মলৰ বিলাসী’এক্সৰো বাৰত’ ছামিম সহ তিনি যুৱতী ক্ৰমে আকাংক্ষা,আৰামিনা আৰু পূজাই শনিবাৰে নিশা ১১ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈকে বাৰ খনত থাকি সেৱন কৰিছিল সুৰা ৷ ইয়াৰ বাবে বাৰত পেমেন্ট কৰিছিল ১৯ হেজাৰ টকা ৷ ইয়াৰ পিছত ৩ বজাত বাৰ খনৰ পৰা প্ৰস্থান কৰি গুৱাহাটীৰ বিভিন্ন পথত ১৩৫ কিলোমিটাৰ গতিবেগত ঘূৰি ফুৰিছিল তেওঁলোক উঠি অহা ছুইফট ডিজায়াৰ বাহনখন । পুৱতি নিশা  ৪-০২ মিনিটত মঠঘৰীয়াত ৯৬ কিলোমিটাৰ গতিবেগত ছুইফট ডিজায়াৰ বাহনখনে ৰৈ থকা ট্রাক খনত খুন্দিয়াইছিল ৷ যাৰ ফলস্বৰূপে তিনিও যুৱতীয়ে কৰুণ মৃত্যুক সাবটি লয় ৷

ডিচিপি গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে যে তিনি যুৱতী সহ ছামিম আহমেদ ৰুদ্ৰাহ্ম মলৰ বিলাসী’এক্সৰো বাৰত সুৰা সেৱন কৰি থকা আৰু বাৰত পেমেন্ট কৰা সকলো দৃশ্য আবদ্ধ আছে বাৰৰ চিচিটিভি কেমেৰাত।

ছামিম আহমেদ সহ তিনি যুৱতীয়ে ওৰে নিশা বাৰত সুৰা সেৱন কৰি পিছত দ্ৰুতগতিত ১৩৫ কিলোমিটাৰ গতিবেগত ছইফট খন চলাই অহাটোৱে এই দুৰ্ঘটনাৰ প্ৰধান কাৰক হিচাপে চিহ্নিত হৈছে ৷ অৱশ্যে এতিয়াও অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ কথা সদৰি কৰে ডিচিপি জয়ন্ত সাৰথি বৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DcpGuwahatiMathgharia AccidentPressmeet
publisher

publisher

Related Posts

অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা
Entertainment

অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

October 24, 2026
১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা
Assam

১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা

October 24, 2026
বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ
Assam

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

October 24, 2026
হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল
International

হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

October 24, 2026
দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!
India

দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

October 24, 2026
মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ
International

মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

October 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d