Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অধিক আৰক্ষী বিষয়া পৰিব জালত:মুখ খুলিছে পি কে দত্তই

publisher by publisher
October 10, 2020
in Assam, City, Crime, News
Reading Time: 1 min read
0
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ  নিযুক্তি কেলেংকাৰি
1
SHARES
7
VIEWS
ShareShareShareShare

আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদত নিযুক্তিৰ বাবে আয়োজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত আছে বহু ৰথী মহাৰথী ৷দালাল চক্ৰৰ প্ৰত্যক্ষ সহযোগত দীৰ্ঘদিন ধৰি অতি পৰিকল্পিতভাৱে এই প্ৰভাৱশালী চক্ৰটোৱে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ নামত অসম আৰক্ষী নিযুক্তি ব’ৰ্ডত অব্যাহত ৰাখিছে ছিণ্ডিকেটৰাজ ।

ADVERTISEMENT

জেৰাত এই কথা স্বীকাৰ কৰে প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দ্তই। চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ নামতেই নহয়,ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ইতিপূৰ্বে সম্পন্ন হোৱা নিযুক্তিৰ ক্ষেত্ৰতো এই প্ৰভাৱশালী চক্ৰটোৱে অনিয়ম সংঘটিত কৰি আহিছে ৷

RelatedPosts

Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

বৃহৎ পৰিমাণৰ উৎকোচৰ বিনিময়ত বিভিন্ন বিভাগত নিযুক্তিৰ নামত ছিণ্ডিকেটৰাজ অব্যাহত ৰখা চক্ৰটোত বিভিন্ন পৰ্যায়ৰ লোক সম্পূৰ্ণ শৃংখল পদ্ধতিৰে সংযুক্ত হৈ থকাৰ কথাও ধৃত দত্তই উল্লেখ কৰে।

কেচুঁ খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত ৷উপ পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৱে ইতিপূৰ্বে বিভিন্ন বিভাগত নিযুক্তি সম্পৰ্কীয় বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলেৰে প্ৰত্যক্ষভাৱে জড়িত ৷

উক্ত সময়ছোৱাত সংশ্লিষ্ট প্ৰশ্নকাকত ফাদিলক লৈ হৈ চৈৰ সৃষ্টি হৈছিল ,যদিও প্ৰভাৱশালী চক্ৰৰ প্ৰচণ্ড হেঁচাত সমগ্ৰ বিতৰ্ক তল পৰে ৷ইয়াৰ সুযোগতে এই প্ৰভাৱশালী চক্ৰটোৱে আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে পূৰ্বৰ দৰে পৰিকল্পনা যুগুত কৰে ৷

এই পৰিকল্পনাত আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে উপ ঠিকা আবন্টন লাভ কৰা মেচাৰ্ছ অক্ষয় টেলি কমিউনিকেছন প্ৰাইভেট লিমিটেড,মোচাৰ্ছ এমেইটেক কনছালটেণ্টছ প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়া,বিভিন্ন স্থানত কৰ্মৰত আৰক্ষী কনিষ্টবল,শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক তথা সংশ্লিষ্টসকলে প্ৰাৰ্থী যোগাৰৰ বাবে প্ৰান্তে প্ৰান্তে নিয়োগ কৰা এজেন্ট জড়িত আছে।

অৱশ্যে সংশ্লিষ্টসকলেৰে চিনা পৰিচয় নাথাকিলেও কেইউজনেই একেডাল শৃংখলতে সংযুক্ত হৈ থকাৰ কথাও প্ৰাক্তন ডি আই জিজনে জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায়।

প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অভিযুক্ত বিজেপি নেতা দ্বিবন ডেকা,মেচাৰ্ছ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকা,সঞ্চালক গৌতম মেচ৷

সহযোগী সৰোজ শৰ্মাৰে প্ৰত্যক্ষ সহযোগত থকাৰ কথা ধৃত দত্তই স্বীকাৰ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত সহযোগৰ আঁৰত। সহজলভ্য ধনৰ লালসা থকাৰ কথাও ধৃত দত্তই স্বীকাৰ কৰিছে।

আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত ৰথী মহাৰথী গ্ৰেপ্তাৰৰ পূৰ্বে পৰ্যাপ্ত তথ্য আহৰণৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৷

বিশেষকৈ এই ঘটনাত জড়িত কোনো এজন আৰক্ষীয়ে যাতে সাৰি নাযায় নিশ্চিত কৰিবলৈ তদন্তকাৰী সংস্থাটোক নিৰ্দেশ দিয়া বুলি সূত্ৰটোৱে জনায়। সংশ্লিষ্ট গোচৰত জড়িত ৰথী মহাৰথীৰ কাষ চপাৰ পূৰ্বে বিভিন্ন শ্ৰেণীত কৰ্মৰত দালাল,আৰক্ষী বিষয়া আৰু কনিষ্টবলক গ্ৰেপ্তাৰৰ বাবে ৰণনীতি যুগুত কৰিছে চি আই ডিয়ে।

প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ দুই জিলাত কৰ্মৰত দুজন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনায় সূত্ৰটোৱে ৷

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত প্ৰাক্তন ডি আই জি পি কে দত্তৰ নাম সাঙোৰ খোৱাৰ পাছত বৰাকত কৰ্মৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই যোৱা ২২ ছেপ্টেম্বৰত অসুস্থতাৰ বাবে দুদিনৰ বাবে ছুটী লয়,কিন্তু সংশ্লিষ্ট আৰক্ষী বিষয়াজনে এই পৰ্যন্ত অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত যোগদান কৰা নাই বুলি সূত্ৰটোৱে জনায়।

লগতে বিজেপি নেতা ডেকাক আত্মসমৰ্পণ কৰোৱাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰা পশ্চিম অসমৰ আন এখন জিলাত কৰ্মৰত আন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰে নামো দত্তই জেৰাৰ সময়ত উল্লেখ কৰা বুলি সূত্ৰটোৱে জনায় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceGuwahatiSI Exam
publisher

publisher

Related Posts

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d