Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অধিক আৰক্ষী বিষয়া পৰিব জালত:মুখ খুলিছে পি কে দত্তই

publisher by publisher
October 10, 2020
in Assam, City, Crime, News
Reading Time: 1 min read
0
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ  নিযুক্তি কেলেংকাৰি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদত নিযুক্তিৰ বাবে আয়োজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত আছে বহু ৰথী মহাৰথী ৷দালাল চক্ৰৰ প্ৰত্যক্ষ সহযোগত দীৰ্ঘদিন ধৰি অতি পৰিকল্পিতভাৱে এই প্ৰভাৱশালী চক্ৰটোৱে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ নামত অসম আৰক্ষী নিযুক্তি ব’ৰ্ডত অব্যাহত ৰাখিছে ছিণ্ডিকেটৰাজ ।

ADVERTISEMENT

জেৰাত এই কথা স্বীকাৰ কৰে প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দ্তই। চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ নামতেই নহয়,ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ইতিপূৰ্বে সম্পন্ন হোৱা নিযুক্তিৰ ক্ষেত্ৰতো এই প্ৰভাৱশালী চক্ৰটোৱে অনিয়ম সংঘটিত কৰি আহিছে ৷

বৃহৎ পৰিমাণৰ উৎকোচৰ বিনিময়ত বিভিন্ন বিভাগত নিযুক্তিৰ নামত ছিণ্ডিকেটৰাজ অব্যাহত ৰখা চক্ৰটোত বিভিন্ন পৰ্যায়ৰ লোক সম্পূৰ্ণ শৃংখল পদ্ধতিৰে সংযুক্ত হৈ থকাৰ কথাও ধৃত দত্তই উল্লেখ কৰে।

কেচুঁ খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত ৷উপ পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৱে ইতিপূৰ্বে বিভিন্ন বিভাগত নিযুক্তি সম্পৰ্কীয় বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলেৰে প্ৰত্যক্ষভাৱে জড়িত ৷

উক্ত সময়ছোৱাত সংশ্লিষ্ট প্ৰশ্নকাকত ফাদিলক লৈ হৈ চৈৰ সৃষ্টি হৈছিল ,যদিও প্ৰভাৱশালী চক্ৰৰ প্ৰচণ্ড হেঁচাত সমগ্ৰ বিতৰ্ক তল পৰে ৷ইয়াৰ সুযোগতে এই প্ৰভাৱশালী চক্ৰটোৱে আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে পূৰ্বৰ দৰে পৰিকল্পনা যুগুত কৰে ৷

এই পৰিকল্পনাত আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে উপ ঠিকা আবন্টন লাভ কৰা মেচাৰ্ছ অক্ষয় টেলি কমিউনিকেছন প্ৰাইভেট লিমিটেড,মোচাৰ্ছ এমেইটেক কনছালটেণ্টছ প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়া,বিভিন্ন স্থানত কৰ্মৰত আৰক্ষী কনিষ্টবল,শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক তথা সংশ্লিষ্টসকলে প্ৰাৰ্থী যোগাৰৰ বাবে প্ৰান্তে প্ৰান্তে নিয়োগ কৰা এজেন্ট জড়িত আছে।

অৱশ্যে সংশ্লিষ্টসকলেৰে চিনা পৰিচয় নাথাকিলেও কেইউজনেই একেডাল শৃংখলতে সংযুক্ত হৈ থকাৰ কথাও প্ৰাক্তন ডি আই জিজনে জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায়।

প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অভিযুক্ত বিজেপি নেতা দ্বিবন ডেকা,মেচাৰ্ছ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকা,সঞ্চালক গৌতম মেচ৷

সহযোগী সৰোজ শৰ্মাৰে প্ৰত্যক্ষ সহযোগত থকাৰ কথা ধৃত দত্তই স্বীকাৰ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত সহযোগৰ আঁৰত। সহজলভ্য ধনৰ লালসা থকাৰ কথাও ধৃত দত্তই স্বীকাৰ কৰিছে।

আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত ৰথী মহাৰথী গ্ৰেপ্তাৰৰ পূৰ্বে পৰ্যাপ্ত তথ্য আহৰণৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৷

বিশেষকৈ এই ঘটনাত জড়িত কোনো এজন আৰক্ষীয়ে যাতে সাৰি নাযায় নিশ্চিত কৰিবলৈ তদন্তকাৰী সংস্থাটোক নিৰ্দেশ দিয়া বুলি সূত্ৰটোৱে জনায়। সংশ্লিষ্ট গোচৰত জড়িত ৰথী মহাৰথীৰ কাষ চপাৰ পূৰ্বে বিভিন্ন শ্ৰেণীত কৰ্মৰত দালাল,আৰক্ষী বিষয়া আৰু কনিষ্টবলক গ্ৰেপ্তাৰৰ বাবে ৰণনীতি যুগুত কৰিছে চি আই ডিয়ে।

প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ দুই জিলাত কৰ্মৰত দুজন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনায় সূত্ৰটোৱে ৷

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত প্ৰাক্তন ডি আই জি পি কে দত্তৰ নাম সাঙোৰ খোৱাৰ পাছত বৰাকত কৰ্মৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই যোৱা ২২ ছেপ্টেম্বৰত অসুস্থতাৰ বাবে দুদিনৰ বাবে ছুটী লয়,কিন্তু সংশ্লিষ্ট আৰক্ষী বিষয়াজনে এই পৰ্যন্ত অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত যোগদান কৰা নাই বুলি সূত্ৰটোৱে জনায়।

লগতে বিজেপি নেতা ডেকাক আত্মসমৰ্পণ কৰোৱাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰা পশ্চিম অসমৰ আন এখন জিলাত কৰ্মৰত আন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰে নামো দত্তই জেৰাৰ সময়ত উল্লেখ কৰা বুলি সূত্ৰটোৱে জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceGuwahatiSI Exam
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d