◆ লাডাখত কিৰেণ ৰিজিজুৱে শুনিছে দিপেন বৰুৱাৰ কন্ঠৰ অসমীয়া গীত ।
◆ LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে “এইখনি গাঁও” শীৰ্ষক গান শুনিলে কিৰেণ ৰিজিজুৱে।
ADVERTISEMENT
LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ ( দিপেন বৰুৱা) কণ্ঠৰ "এইখনি গাঁও.."-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত! https://t.co/2gqHc4LzDX
— Kiren Rijiju (मोदी का परिवार) (@KirenRijiju) October 14, 2020
◆ লাডাখৰ সৌন্দৰ্যত একাকাৰ হোৱাৰ মুহূৰ্ততে শুনিলে দিপেন বৰুৱাৰ চিৰসেউজ গীতটি ।